• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শংকৰ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ মণ্ডপ নিৰ্মাণৰ বাবে নিবিদা আহ্বান; অন্তিম সীমা ৩০ অক্টোবৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 25, 2019 10:51 am
5.7k
VIEWS
Share on FacebookShare on Twitter

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন বোকাখাতৰ কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰত ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ’ত অহা ৫-৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

ইতিমধ্যে আদৰণি সমিতিৰ জৰিয়তে অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ পূৰ্ণগতিত আৰম্ভ হৈছে ৷ ৮৯ সংখ্যক বোকাখাত অধিৱেশনখনি সুন্দৰকৈ সজাই পৰাই তুলিবৰ বাবে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা নিবিদা আহ্বান কৰিছে আদৰণি সমিতিয়ে।

নিবিদাসমূহৰ বন্দৱস্তীৰ বাবে অহা ১০ অক্টোবৰৰ পৰা নিবিদাৰ প্ৰ-পত্ৰ বিতৰণৰ কৰা হ’ব বুলি আদৰণি সমিতিয়ে জনাইছে ৷

আদৰণি সমিতিয়ে জনোৱা অনুসৰি ইচ্ছুক স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহে নিবিদাৰ প্ৰ-পত্ৰসমূহ এহেজাৰ টকাকৈ মাচুল জমা দি আদৰণি সমিতিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ সংঘৰ বোকাখাত জিলা শাখাৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

প্ৰ-পত্ৰ সংগ্ৰহ আৰু জমা দিয়াৰ শেষ দিন ৩০ অক্টোবৰ ধাৰ্য কৰা হৈছে ৷ উক্ত তাৰিখৰ পাছত নিবিদা বিচাৰি অহা সকলক নিবিদা যোগান ধৰিব পৰা নাযাব বুলিও আদৰণি সমিতিৰ সাধাৰণ সম্পাদকে উল্লেখ কৰে।

তাৰোপৰি সবিশেষ তথ্যৰ বাবে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত ভূঞাৰ ৮৬৩৮৫৪১০৪৮, ৯৪০১৩৬২২৫১ নম্বৰত আৰু কাৰ্যালয় সম্পাদক দিব্যজ্যোতি হাজৰিকাৰ ৭০০২৩২৮৫৩৯, ৯৯৫৪৪২৪৪৬৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আদৰণি সমিতিয়ে জনাইছে।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd