• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণৰ ধন আত্মসাৎ চৰকাৰী গাঁওবুঢ়াৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 28, 2019 10:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত এজন গাঁওবুঢ়াই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষতিপূৰণৰ ধন আত্মসাৎ কাৰ ঘটনাই বোকাখাতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বোকাখাতৰ কুমাৰণী আটি গাঁৱৰ গাঁওবুঢ়া নৰেণ দাসৰ বিৰুদ্ধে স্থানীয় এজন দৰিদ্ৰ কৃষক ম’চ মুণ্ডাই তেওঁৰ পৰা ৭৫ হাজাৰ টকা আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখযোগ্য যে বিগত সময়ত বোকাখাতৰ কুমাৰণী আটি গাঁৱৰ ম’চ মুণ্ডা নামৰ এজন লোকৰ ঘৰটো প্ৰচণ্ড ধুমুহাই বিধ্বস্ত কৰি পেলায়।

পিছত ম’চ মুণ্ডাই চৰকাৰৰ পৰা প্ৰাকৃতিক দুৰ্যোগ ক্ষতিপূৰণৰ শিতানত ৯৫ হেজাৰ টকা লাভ কৰে। আৰু এই ধন ৰাশি মুণ্ডাৰ ইউনাইটেড বেঙ্কৰ বোকাখাত শাখাত থকা একাউন্টত জমা হয়।

কিন্তু ধন জমা হোৱাৰ খবৰ পোৱাৰ আগতেই চৰকাৰী গাওঁবুঢ়া নৰেণ দাসে অতি কৌশলেৰে ম’চ মুণ্ডাৰ পাচবুক আৰু এ টি এম কাৰ্ড আত্মসাৎ কৰে।

পিছত যেতিয়া মুণ্ডাই তেওঁ নামত অহা ক্ষতিপূৰণৰ ধনৰ বিষয়ে গম পাই তেতিয়া গাওঁবুঢ়ক পাচবুক আৰু এটিএম কাৰ্ড ঘূৰাই দিয়াৰ বাবে অনুৰোধ জনায়।

কিন্তু গাঁওবুঢ়া জনে মুণ্ডাক পাচবুক আৰু এ টি এম কাৰ্ডৰ বিপৰীতে নগদ ২০ হেজাৰ টকাহে দিয়ে। পাচত বাকী টকা বিচাৰি গাওঁবুঢ়াৰ ওচৰলৈ যোৱাত পাচবুক আৰু এ টি এম কাৰ্ড ম’চ মুণ্ডাক ঘূৰাই দিয়ে ৷

পাচবুক আৰু এ টি এম কাৰ্ড পোৱাৰ পাচত ম’চ মুণ্ডাই বেংকত পৰীক্ষা কৰাত তেওঁৰ একাউণ্টত মাত্ৰ ২৫২  টকাহে পায় ৷

ফলত মুণ্ডাই বোকাখাত থানাত গাঁওবুঢ়া নৰেণ দাসে ৭৫ হেজাৰ টকা তেওঁৰ পাচবুকৰ পৰা উঠাই নিয়ে বুলি অঅভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে।

আনহাতে এই অভিযোগ অস্বীকাৰ কৰিছে গাওঁবুঢ়াই। এইয়া তেওঁৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে গাওঁবুঢ়াই নৰেণ দাসে।

অৱশ্যে ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ম’চ মুণ্ডাৰ পাচবুকৰ পৰা অন্তৰ্ধান হোৱা ধনৰ ৰহস্য।

ইফালে নৰেণ দাসক চৰকাৰী গাওঁবুঢ়া পদৰ পৰা শীঘ্ৰেই অপসাৰিত কৰিবৰ বাবে কুমাৰণী আটি গাঁৱৰৰ ৰাইজে দাবী তুলিছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd