• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুছলমানসকলৰ কিডনি-লিভাৰ কাঢ়ি নিছে চীনে; ৰাষ্ট্ৰসংঘত অভিযোগ স্বেচ্ছাসেৱী সংস্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2019 9:27 am
85595360100288640360no

প্ৰতিনিধিত্বমূলক ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিন যোৱাৰ লগে লগে চীনত সংখ্যলঘু উইঘুৰ সম্প্ৰদায়ৰ ওপৰত বৃদ্ধি পাইছে নিৰ্যাতন। শিক্ষা প্ৰদানৰ নামত তেওঁলোকক ‘ডিটেনশ্যন কেম্প’ত নি চীন প্ৰশাসনে চলাইছে অত্যাচাৰ।

উক্ত কেম্পসমূহক শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি দিয়া বেইজিঙে কিন্তু তেওঁলোকক ৰাখিছে দাসৰ দৰে।

Apply Now

অভিযোগ উত্থাপিত হৈছে যে উইঘুৰ মুছলমানসকলৰ জোৰ কৰি শৰীৰৰ পৰা হাৰ্ট, কিডনিৰ দৰে অংগ উলিয়াই নিছে চীনে।

চীনৰ এটি আন্তৰ্জাতিক স্বেচ্ছাসেৱী সংস্থা ‘চাইনা ট্ৰিবুউনেল’য়ে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত ‘অংগ চোৰ’ৰ সন্দৰ্ভত বেইজিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

সংস্থাটোৱে দাবী কৰিছে যে চৰকাৰৰ সহযোগতেই উইঘুৰ মুছলমানসকলৰ লগতে আন সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ হাৰ্ট, কিডনি তথা লিভাৰৰ সংৰোপনৰ কাৰণে কাঢ়ি নিছে।

যোৱা সপ্তাহত সংস্থাটোৰ আইনজ্ঞ হামিদ চাবিয়ে ৰাষ্ট্ৰসংঘত বিষয়টো উত্থাপন কৰে। তেওঁ জানিবলৈ দিয়ে যে ইতিমধ্যে কেইবা লাখো লোকৰ অংগ কাঢ়ি নিয়া হৈছে। চীনত শতিকাৰ জঘন্যতম অপৰাধ সংঘটিত হৈছে।

উল্লেখযোগ্য যে যোৱা জুলাই মাহত স্বেচ্ছাসেৱী সংস্থাটোৰ এক প্ৰতিবেদন প্ৰকাশ পাইছিল। তাত কোৱা হৈছিল যে শাস্তি পোৱা অছামীক হত্যা কৰি বেইজিঙে অংগ চুৰ কৰিছে।

আনহাতে, চীনে উক্ত দাবী খণ্ডন কৰিছে। ২০১৫ চনতে গৱেষণাৰ বাবে মৃত্যুদণ্ড লাভ কৰা আছামীৰ অংগ নিয়াটো বন্ধ কৰা হৈছে বুলি বেইজিঙে দাবী কৰে।

প্ৰকাশিত বাতৰি অনুসৰি শিক্ষা প্ৰতিষ্ঠানলৈ পঠোৱাৰ নামত চীনত ইতিমধ্যে ১০ লাখ উইঘুৰ সম্প্ৰদায়ৰ মুছলমানক জিনজিয়াং প্ৰদেশৰ বিশেষ ‘ডিটেনশ্যন কেম্প’লৈ প্ৰেৰণ কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে উক্ত কেম্পসমূহত উইঘুৰ সকলৰ মস্তিস্কৰ ওপৰত চলিছে নিৰ্মম অত্যাচাৰ। আনকি, উইঘুৰসকলৰ মাজত জিনপিং চৰকাৰে হালাল বিৰোধী অভিযানো আৰম্ভ কৰিছে।

চীনৰ এই অমানৱীয় কাণ্ডসমূহৰ বিৰুদ্ধে ইছলামিক দেশসমূহৰ লগতে ইছলামিক সংগঠনসমূহেও নীৰৱ ভুমিকা গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd