• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেটা ভুলকে দ্বিতীয়বাৰ? চৰকাৰে ৰাজ্যত এদিন আগতীয়াকৈ আৰম্ভ কৰিলে ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 1, 2019 5:04 pm
Wildlife week

চিৰিয়াখানাত অনুষ্ঠিত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাৰ দৃশ্য।

572
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশতে কাইলৈৰ পৰা (২-ৰ পৰা ৮ অক্টোবৰ) ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ পালন কৰা হ’ব যদিও ৰাজ্য চৰকাৰে এদিন আগতীয়াকৈ এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিলে।

আজি বিভিন্ন স্থানীয় কাকতত চৰকাৰে বন্যপ্ৰাণী সপ্তাহ ১-ৰ পৰা ৭ অক্টোবৰলৈ বুলি মুখ্য মন্ত্ৰীৰ ফটোৰ সৈতে ৰঙীন বিজ্ঞাপনো দিছে চৰকাৰে।

এই আগতীয়া বন্যপ্ৰাণী সপ্তাহ ভুল নে ইচ্ছাপূৰ্বক জানিবলৈ নৰ্থ-ইষ্ট নাও-এ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ৰঞ্জনা গুপ্তা আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ সৈতে যোগাযোগৰ চেষ্টা কৰিছিল যদিও কোনো এজনেই ফোনত সঁহাৰি নিদিলে।

যোৱা বছৰৰ বাতৰিটো পঢ়ক ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ : তাৰিখত হোৱা নিজৰ ভুল শুধৰালে ৰাজ্য চৰকাৰে

যোৱা বছৰো অনুৰূপ ভুল কৰাৰ পিছত বন্যপ্ৰাণী সপ্তাহ সম্পৰ্কীয় একেই বিভ্ৰান্তিৰে ৰাজ্য চৰকাৰখনে কাকতত দিয়া সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনৰ পিছত শুধৰণি দিছিল।

চৰকাৰে এই সপ্তাহ ২-ৰ পৰা ৮ অক্টোবৰলৈ বুলি নিজৰ অনলাইন মাধ্যমবোৰত শুধৰাই প্ৰকাশ কৰিছিল।

আজি বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অসম ৰাজ্যিক চিৰিয়াখানাত ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰে। এই উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

কাৰ্য্যসূচীত উপস্থিত থকা মন্ত্ৰী শুক্লবৈদ্যই এই বন্যপ্ৰাণী সপ্তাহৰ কাৰ্যসূচী অসমৰ প্ৰতিটো মণ্ডলত পালন কৰা হ’ব বুলি জানিবলৈ দি কয়, “বন্যপ্ৰাণীৰ বাবে ৰাইজক সজাগ কৰাৰ বাবে এই কাৰ্যসূচীৰ গুৰুত্ব আছে। বন্যপ্ৰাণী থাকিলেহে মানুহ থাকিব পাৰিব”।

আজিৰ কাৰ্য্যসূচীটোত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যও উপস্থিত থাকে।

কাইলৈ পবিতৰাত অনুষ্ঠিতব্য কাৰ্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব৷

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd