• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ সৎ কৰদাতা সকলৰ সুবিধাৰ্থে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডৰ ডি আই এন ছিষ্টেম মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2019 12:00 pm
nirmala-sitharaman-1568943450

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ড চমুকৈ চি বি ডি টিৰ ডকুমেণ্টেশ্যন আইডেণ্টিফিকেশ্যন নম্বৰ(ডি আই এন)ছিষ্টেম প্ৰথম দিনটোতে প্ৰায় ১৭,৫০০ ডি আই এনৰ সৈতে যোগাযোগ জেনেৰেশ্যনৰ মাধ্যমত আজিৰ পৰা কাৰ্য্যকৰী হৈছে।

কেন্দ্ৰীয় বিত্ত বিভাগে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰা হৈছে।

Apply Now

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নিৰ্দেশ অনুসৰি ডি আই এন ছিষ্টেম প্ৰস্তুত কৰা হৈছে আৰু এতিয়াৰে পৰা প্ৰতিটো চি বি ডি টি যোগাযোগত এটা ডকুমেণ্টেশ্যন আইডেণ্টিফিকেশ্যন নম্বৰ থকাটো বাধ্যতামূলক হ’ব।

‘‘আজিৰ পৰা আয়কৰ বিভাগৰ কম্পিউটাৰৰ পৰা প্ৰকাশিত ডি আই এন বিহীন যিকোনো জাননী, পত্ৰ, আদেশ অথবা যিকোনো ধৰণৰ যোগাযোগক অবৈধ বুলি গণ্য কৰা হ’ব আৰু আইন অনুসৰি ইয়াক কেতিয়াও জাৰি কৰা হোৱা নাছিল বুলি বিবেচনা কৰা হ’ব,’’ এইদৰে ৰাজহ সচিব ড০ অজয় ভূষণ পাণ্ডেয়ে কয়।

ডি আই এন ছিষ্টেমে কৰ বিভাগটোক অধিক স্বচ্ছতা আৰু দায়িত্বশীল কৰি তুলিব বুলিও সচিব গৰাকীয়ে উল্লেখ কৰে।

আজিৰ পৰা ডি আই এন থকা সকলো ধৰণৰ যোগাযোগ ই-ফিলিং পোৰ্টেলৰ মাধ্যমত নিৰীক্ষণ কৰিব পৰা হ’ব আৰু নিৰ্দিষ্ট ব্যতিক্ৰমী পৰিস্থিতিৰ বাহিৰে ডি আই এন নোহোৱা কোনোধৰণৰ ম্যেনুৱেল যোগাযোগ জাৰি কৰা নহ’ব বুলি পাণ্ডেয়ে জানিবলৈ দিয়ে।

From today, any communication from Income Tax Dept without a computer generated DIN, be it a notice, letter, order & summon or any other correspondence,would be treated as invalid & shall be non est in law or deemed to be as if it has never been issued. https://t.co/AvMfZNuSQ4

— Nirmala Sitharaman (@nsitharaman) October 1, 2019

আনহাতে, বিশেষ পৰিস্থিতিত ম্যেনুৱেল যোগাযোগ কৰিবলগীয়া হ’লেও এইক্ষেত্ৰত ডি আই এন নোহোৱাকৈ কৰা যোগাযোগ সন্দৰ্ভত বিশেষ ফৰ্মেটত তাৰিখৰ সৈতে কৰ বিভাগৰ মুখ্য নিৰ্দেশকৰ লিখিত অনুমতি ল’ব লাগিব।

উল্লেখিত নিৰ্দেশ অমান্য কৰা সকলো ধৰণৰ যোগাযোগক অবৈধ বুলি গণ্য কৰা হ’ব বুলিও কৰ বিভাগৰ পৰা প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

তদুপৰি, বিশেষ পৰিস্থিতিত ম্যেনুৱেল যোগাযোগ কৰিবলগীয়া হ’লেও ইয়াক ১৫ দিনৰ ভিতৰত নিৰ্দিষ্ট ছিষ্টেম পোৰ্টেলত আপলোড কৰিব লাগিব।

১৪.০৮.২০১৯ তাৰিখে ডি আই এন সম্পৰ্কীয় জাননী জাৰি কৰাৰ পূৰ্বৰ সকলো ধৰণৰ বাকী থকা যোগাযোগ কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে চিনাক্ত কৰিব আৰু চলিত মাহৰ শেষলৈকে আই টি বি এত ইয়াক আপলোড কৰিব।

দেশৰ ন্যায়িক কৰদাতা সকলে যাতে শাস্তি ভোগ কৰিবলগীয়া নহয় আৰু তেওঁলোকক কৰ প্ৰদানৰ ক্ষেত্ৰত ভাল সুবিধা প্ৰদান কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশতে বিত্ত মন্ত্ৰ্যালয়ে এনে ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd