• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পূজাৰ বতৰত মাজৰাতি লাউদস্পিকাৰৰ শব্দই চিন্তিত কৰিছে ? চাওক কিদৰে পাব পৰিত্ৰাণ

পিয়ূষ ৰঞ্জন বৰদলৈ by পিয়ূষ ৰঞ্জন বৰদলৈ
October 3, 2019 3:00 pm
1c6e519ef97150542911aba4ef41cfa1

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতি উচ্চস্বৰত লাউদস্পিকাৰ বজোৱাৰ পৰা অসুবিধা পাইছে যদি আইনৰ সহায় লওক, NGT আৰু আদালতে নিষেধাজ্ঞা জাৰি কৰিছে।

শব্দ প্ৰদূষণ ( বিনিয়মন আৰু নিয়ন্ত্ৰণ ) আইন ২০০০ৰ অধীনত ৰাতি ১০ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ  লাউদস্পিকাৰ বজোৱাত নাকি লগাইছে চৰকাৰে।

Apply Now

কিন্তু ৰাজ্য চৰকাৰে বিশেষ চৰ্ত সাপেক্ষে নিশা ১২ বজালৈ লাউদস্পিকাৰ বজোৱাৰ অনুমতি দিব পাৰে, ১২ বজাৰ পাছত লাউদস্পিকাৰ বজোৱাৰ অনুমতি নাই আৰু ই এক অপৰাধ।

ইয়াৰ উপৰি সংবিধানৰ ২১ নং অনুচ্ছেদত থকা জীৱন যাপন কৰাৰ অধিকাৰ অনুসৰি সকলোৱে শব্দ প্ৰদূষণমুক্ত পৰিৱেশত থকাৰ অধিকাৰ আছে। লগতে কোনোৱে বলপূৰ্বকভাৱে ভজন, ধাৰ্মিক উপদেশ আদি শুনাৰ কাৰণে কাকো বাধ্য কৰিব নোৱাৰে।

যদি কোনো ধৰ্মীয় আয়োজনত উচ্চস্বৰত লাউদস্পিকাৰ বজাই কোনোৱে আপোনাৰ টোপনি নতুবা মানসিক শান্তি বিনস্ত কৰে আৰু যদি আপোনাৰ অনুৰোধ অমান্য কৰে, আপুনিও লব পাৰিব আইনৰ সহায়।

অনুচ্ছেদ ৩২ আৰু অনুচ্ছেদ ২২৬ অনুসৰি আপুনি টুকুৰিয়াব পাৰিব উচ্চ-ন্যায়ালয়ৰ দুৱাৰ।

লাউদস্পিকাৰ বা ডিজে বজালে হ’ব পাৰে জেইল

ধৰ্মীয় স্থানত লাউদস্পিকাৰ বা ডিজে বজোৱাতো ভাৰতীয় দণ্ড সংহিতা ২৬৮ অনুসৰি আইন মতে দণ্ডনীয়। যদি সাধাৰণ নাগৰিকৰ ক্ষতিসাধন হয়, তেন্তে ভাৰতীয় দণ্ড সংহিতা ২৯০ আৰু ২৯১ অনুসৰি জেইল আৰু জৰিমনা নিশ্চিত।

পিয়ূষ ৰঞ্জন বৰদলৈ

পিয়ূষ ৰঞ্জন বৰদলৈ

Piyush Ranjan is a SEO Expert and a Writer.

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd