• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গংগাত মূৰ্তি বিসৰ্জন দিলে ৫০ হাজাৰ জৰিমনা; ব্ৰহ্মপুত্ৰৰ বাবে কিয় নাই এই নিয়ম?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2019 1:22 pm
idol immersion

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদূষণৰ কৱলৰ পৰা গংগা নদীক মুক্ত কৰি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে ১৫ দফীয়া এক গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। জাননী অনুসৰি উৎসৱৰ সময়ত যদি গংগা নদী অথবা ইয়াৰ উপনদী সমূহত মূৰ্তি বিসৰ্জন দিয়া হয় তেন্তে ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব।

ইয়াৰ উপৰি নদীৰ ঘাট সমূহত চোকা নজৰ ৰাখিব বুলিও জানিব পৰা যায়।

Apply Now

নেশ্যনেল মিশ্যন ফৰ ক্লিন গংগা(এন এম চি জি) ই জাৰি কৰা জাননী গংগা অৱধাৰিত ১১ খন ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰদান কৰা হৈছে।

‘গংগা নদী আৰু ইয়াৰ উপনদী সমূহত মূৰ্তি বিসৰ্জন দিব নোৱাৰিব’। যোৱা মাহত ৰাজ্যৰ প্ৰতিনিধি আৰু এন এম চি জিৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

জানিব পৰা অনুসৰি উক্ত বৈঠকত উত্তৰাখণ্ড, য়ুপি, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ প্ৰতিনিধি উপস্থিত আছিল।

উক্ত ৰাজ্য কেইখনৰ উপৰি বৈঠকত উপস্থিত নথকা দিল্লী, হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, চত্তিশগড়, হাৰিয়ানা আৰু ৰাজস্থানৰ মুখ্য সচিবলৈও এই জাননী প্ৰেৰণ কৰা হৈছে।

ইফালে এন এম চি জিয়ে জাৰি কৰা এই নিৰ্দেশ কঠোৰভাৱে প্ৰয়োগ কৰাৰ লগতে নদীৰ বিপৰীতে মূৰ্তি বিসৰ্জনৰ বাবে অন্য বিকল্পৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য কেইখনক আহ্বান জনায়।

পৰিবেশ সুৰক্ষা আইন, ১৯৮৬ৰ ৫ নং ধাৰাৰ অধীনত জাৰি কৰা এই নিৰ্দেশৰ জৰিয়তে আৰু কয়, ‘গংগা আৰু ইয়াৰ উপনৈ সমূহৰ ঘাটত মূৰ্তি বিসৰ্জন দিলে ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব। মূৰ্তি বিসৰ্জনৰ বাবে নগৰ সমূহৰ ভিতৰত নাইবা গংগা আৰু ইয়াৰ উপনৈৰ ঘাটত অস্থায়ী পুখুৰী নিৰ্মাণ কৰাটো প্ৰয়োজনীয়’।

এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয়, গংগা নদীৰ বিপৰীতে কিয় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ ক্ষেত্ৰত এনেধৰণৰ জাননী জাৰি কৰা নহ’ল।

অসমৰ দৰে ৰাজ্যত কেৱল দুৰ্গা পূজাৰ সময়তে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ নৈ সমূহত হাজাৰ হাজাৰ দেৱ-দেৱীৰ মূৰ্তি বিসৰ্জন দিয়া হয়।

উল্লেখ্য যে মূৰ্তি সমূহ নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা বিভিন্ন বিষাক্ত পদাৰ্থই ভয়াবহ ভাৱে জল প্ৰদূষণ কৰে। যিয়ে জলপ্ৰাণী সমূহলৈ ভাবুকি কঢ়িয়াই আনিছে।

ইফালে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ মাছৰ চাহিদাও সৰ্বাধিক। কিন্তু মূৰ্তি বিসৰ্জনৰ ফলত সৃষ্টি হোৱা প্ৰদূষণে এই মাছৰ অস্তিত্বলৈ শংকা নামি অহাৰ লগতে জনসাধাৰণৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।

সেয়ে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহত মূৰ্তি বিসৰ্জন ৰোধ কৰাৰ বাবে একে ধৰণৰ জৰিমনাৰ লগতে অন্যান্য ব্যৱস্থা সমূহ গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী উত্থাপন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd