• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিজোৰামত CABক লৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকিল অমিত শ্বাহ

অনুপ শৰ্মা by অনুপ শৰ্মা
October 5, 2019 7:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সততে নাগৰিকত্ব সংশোধনী বিধেয়ক (CAB) আনিব বুলি সদম্ভ ঘোষণা কৰি অহা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে মিজোৰামত CAB সন্দৰ্ভত কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকিল।

মিজোৰামৰ ৰাজধানী আইজলত নৰ্থ-ইষ্ট কাউঞ্চিলে আয়োজন কৰা ‘উত্তৰ-পূব হস্ততাঁত আৰু হস্তশিল্প প্ৰদৰ্শনী’ উদ্বোধনৰ উদ্দেশ্যে আজি অমিত শ্বাহ আইজলত উপস্থিত হয়।

Apply Now

উল্লেখযোগ্য যে গৃহ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছত এইটো অমিত শ্বাহৰ প্ৰথম উত্তৰ-পূব ভ্ৰমণ। আনহাতে মিজোৰামত উপস্থিত হৈ তেওঁ CAB বিৰোধী বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ সন্মুখীন হয়।

বিভিন্ন ছাত্ৰ সংগঠন, নাগৰিক সমাজকে ধৰি ৰাজ্যখনৰ বিধেয়ক বিৰোধী জনসাধাৰণে ৰাজপথলৈ উলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মিজো জিৰ্লাই পল (MZP)এ CABৰ বিৰোধিতাত মিজোসকলে সাধাৰণতে শৱযাত্ৰাৰ সময়ত পিন্ধা ক’লা কাপোৰ পিন্ধী প্ৰতিবাদত জনায়।

আনহাতে নিজৰ ভাষণত গৃহ মন্ত্ৰী গৰাকীক CAB আৰু NRCক লৈ কোনোধৰণৰ মন্তব্য দিয়া দেখা নগ’ল। ইয়াৰ পৰিৱৰ্তে তেওঁৰ ভাষণত কেৱল কেন্দ্ৰীয় চৰকাৰৰ ‘বিকাশৰ এজেণ্ডাই’ স্থান পায়।

তেওঁ কয়, ‘হস্তশিল্পই উত্তৰ-পূবত নিয়োগৰ যথেষ্ট সুযোগ সৃষ্টি কৰাৰ লগতে জনসাধাৰণৰ উন্নয়ণ আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে’।

‘নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কালত, বাঁহগছক পৰিৱেশ সংক্ৰান্তিয় কাৰণত কটাত নিষেধাজ্ঞা থকা গছসমূহৰ তালিকাৰ পৰা ৰেহাই দিয়া হৈছিল। এই সিদ্ধান্তৰ দ্বাৰা চৰকাৰে হস্তশিল্প থণ্ডত বাঁহৰ সুলভতা বৃদ্ধি কৰিলে’ তেওঁ কয়।

অহা ২০২১ চনৰ ভিতৰত আইজলক ব্ৰডগজ ৰেইলৱেৰ দ্বাৰা সংযোগ কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয়, ‘মিজোৰামত, যোৱা ৫টা বছৰত একাধিক বিকাশৰ আঁচনি গ্ৰহণ কৰা হৈছে, ইয়াৰ ভিতৰত ৬০ মেগাৱাট টুইৰিয়াল জল-বিদ্যুৎ প্ৰকল্প অন্যতম।’

পূৰ্বৰ ইউ পি এ চৰকাৰৰ প্ৰসংগ উত্থাপন কৰি শ্বাহে কয় যে ত্ৰয়োদশ বিত্ত আয়োগৰ সময়ত মিজোৰামক ১৯.৯৭০ কোটি টকা আবণ্টন কৰা হৈছিল, আনহাতে চতুৰ্দশ বিত্ত আয়োগৰ সময়ত মোদী চৰকাৰে মিজোৰামৰ বিকাশৰ বাবে ৪২.৯৭০ কোটিতকৈ অধিক টকা খৰচ কৰিছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd