• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ দিনৰ ভিতৰত গুৱাহাটীৰ নতুন বিল্দিং বাই-ল যুগুতাবলৈ নিৰ্দেশ সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 9, 2019 8:14 pm
CM directs for new set of Building Bye-Laws within October 31

সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰোবাৰ মন গ’লেই বিধি-বিধান নমনাকৈ গুৱাহাটীত ঘৰ সজা, লোৱাৰ দিন উকলিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গুৱাহাটী ডিভেলপমেণ্ট বিভাগক ৩১ অক্তোবৰৰ ভিতৰত নতুন বিল্দিং বাই-ল যুগুত কৰাৰ নিৰ্দেশ দিছে।

Apply Now

বৰ্তমানৰ বাই-লসমূহৰ আঁসোৱাহ গুচাই ৰিয়েল এষ্টে’ট খণ্ডৰ বিকাশ কৰিবলৈ সোণোৱালে নিৰ্দেশ দিছে, মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ বিবৃতিত প্ৰকাশ।

তাৰোপৰি সুলভ গৃ্হ আঁচনিৰ অধীনৰ ঘৰসমূহৰ নিৰ্মাণ খৰতকীয়া কৰিবলৈয়ো সোণোৱালে বিষয়াসকলক নিৰ্দেশ দিছে।

গুৱাহাটীৰ জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত বুধবাৰে বহা জি এছ টি সম্পৰ্কীয় বৈঠকত সোণোৱালে এই নিৰ্দেশ দিছে।

জি এছ টি সন্দৰ্ভত এখন বহুভাষিক সজাগতামূলক বুকলেট প্ৰকাশ কৰিবলৈ বিত্ত বিভাগৰ প্ৰধান সচিবক সোণোৱালে নিৰ্দেশ দিছে।

কৰবিধ সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে বিষয়াজনক বিভিন্ন অংশীদাৰ আৰু সংগঠনসমূহৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

জি এছ টি প্ৰৱৰ্তন হোৱাৰ আগৰ সময়চোৱাৰ সকলো বিবদমান বিষয় ছমাহৰ ভিতৰত নিষ্পত্তি কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিছে।

তাৰোপৰি অট’ম’বাইল খণ্ডৰ বাবে গুৱাহাটীৰ কাষৰীয়া অঞ্চলত এখন ত্ৰান্সপ’ৰ্ট চিটি নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে বৈঠকত নিৰ্দেশ দিছে।

ফাইনাৰ (FINER), হোটেল ব্যৱসায়, ৰিয়েল এষ্টে’ট, টেক্স বাৰ এছ’চিয়েচন, অট’ম’বাইল, ইলেক্ত্ৰিক ব্যৱসায়, কাপোৰ ব্যৱসায়, চাৰ্টাৰ্দ একাউণ্টেণ্ট, গুৱাহাটী টী ৱেয়াৰহাউজিং এছ’চিয়েচন, চেনিতেৰি আৰু হাৰ্দৱেয়াৰ এছ’চিয়েচন আৰু অসম চে’ম্বাৰ্ছ অৱ কমাৰ্চৰ প্ৰতিনিধি বৈঠকত উপস্থিত আছিল।

বৈঠকখনত মুখ্য মন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, গুৱাহাটী ডিভেলপমেণ্ট বিভাগৰ মনিন্দৰ সিং, বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাও উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am
পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

পৰকীয়াত আপত্তি কৰাৰ বাবেই স্বামীক পত্নীয়ে হত্যা কৰাৰ অভিযোগ! ৬ মাহৰ পিছত গ্ৰেপ্তাৰ দীপালি

October 5, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd