• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২১ দিনৰ ভিতৰত গুৱাহাটীৰ নতুন বিল্দিং বাই-ল যুগুতাবলৈ নিৰ্দেশ সোণোৱালৰ

Nenow এন ই নাও নিউজ
গুৱাহাটী , October 9, 2019 8:32 pm

2 min read

CM directs for new set of Building Bye-Laws within October 31

সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

16.3k
VIEWS
Share on FacebookShare on Twitter

কাৰোবাৰ মন গ’লেই বিধি-বিধান নমনাকৈ গুৱাহাটীত ঘৰ সজা, লোৱাৰ দিন উকলিল।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গুৱাহাটী ডিভেলপমেণ্ট বিভাগক ৩১ অক্তোবৰৰ ভিতৰত নতুন বিল্দিং বাই-ল যুগুত কৰাৰ নিৰ্দেশ দিছে।

বৰ্তমানৰ বাই-লসমূহৰ আঁসোৱাহ গুচাই ৰিয়েল এষ্টে’ট খণ্ডৰ বিকাশ কৰিবলৈ সোণোৱালে নিৰ্দেশ দিছে, মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ বিবৃতিত প্ৰকাশ।

তাৰোপৰি সুলভ গৃ্হ আঁচনিৰ অধীনৰ ঘৰসমূহৰ নিৰ্মাণ খৰতকীয়া কৰিবলৈয়ো সোণোৱালে বিষয়াসকলক নিৰ্দেশ দিছে।

গুৱাহাটীৰ জনতা ভৱনত মুখ্য মন্ত্ৰীৰ সভাকক্ষত বুধবাৰে বহা জি এছ টি সম্পৰ্কীয় বৈঠকত সোণোৱালে এই নিৰ্দেশ দিছে।

জি এছ টি সন্দৰ্ভত এখন বহুভাষিক সজাগতামূলক বুকলেট প্ৰকাশ কৰিবলৈ বিত্ত বিভাগৰ প্ৰধান সচিবক সোণোৱালে নিৰ্দেশ দিছে।

কৰবিধ সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে বিষয়াজনক বিভিন্ন অংশীদাৰ আৰু সংগঠনসমূহৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

জি এছ টি প্ৰৱৰ্তন হোৱাৰ আগৰ সময়চোৱাৰ সকলো বিবদমান বিষয় ছমাহৰ ভিতৰত নিষ্পত্তি কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিছে।

তাৰোপৰি অট’ম’বাইল খণ্ডৰ বাবে গুৱাহাটীৰ কাষৰীয়া অঞ্চলত এখন ত্ৰান্সপ’ৰ্ট চিটি নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে বৈঠকত নিৰ্দেশ দিছে।

ফাইনাৰ (FINER), হোটেল ব্যৱসায়, ৰিয়েল এষ্টে’ট, টেক্স বাৰ এছ’চিয়েচন, অট’ম’বাইল, ইলেক্ত্ৰিক ব্যৱসায়, কাপোৰ ব্যৱসায়, চাৰ্টাৰ্দ একাউণ্টেণ্ট, গুৱাহাটী টী ৱেয়াৰহাউজিং এছ’চিয়েচন, চেনিতেৰি আৰু হাৰ্দৱেয়াৰ এছ’চিয়েচন আৰু অসম চে’ম্বাৰ্ছ অৱ কমাৰ্চৰ প্ৰতিনিধি বৈঠকত উপস্থিত আছিল।

বৈঠকখনত মুখ্য মন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, গুৱাহাটী ডিভেলপমেণ্ট বিভাগৰ মনিন্দৰ সিং, বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাও উপস্থিত আছিল।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd