• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মিলন অসম্ভৱ; প্ৰেমিক-প্ৰেমিকাই একেলগে কৰিলে বিহ পান, প্ৰেমিকাৰ মৃত্যু

ছফিকুল আহমেদ by ছফিকুল আহমেদ
October 10, 2019 10:46 am
111-1-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমত দেখা দিয়া বাধাৰ বাবে এক কিশোৰ দম্পতিয়ে বিহ পান কৰি আত্মহত্যাৰ চেষ্টা চলোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে গোৱালপাৰা জিলাত।

জানিব পৰা মতে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ টিকৰিকিলাৰ এগৰাকী গাৰো ছোৱালী আৰু গোৱালপাৰা জিলাৰ জলেশ্বৰৰ সমীপৰ ভিমকোচৰ মুছলমান ল’ৰাৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক।

Apply Now

কিন্তু ল’ৰা আৰু ছোৱালীৰ পৰিয়ালে এই সম্পৰ্কক কোনো পধ্যে মানি নোলোৱাত দুয়োগৰাকীয়ে আত্মহত্যাৰ পথ বাচি লয়। বিহ পান কৰাৰ ফলত ছোৱালী গৰাকীয়ে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে গোৱালাপাৰা অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে প্ৰেমিক যুৱক।

আৰক্ষীয়ে জনোৱা অনুসৰি দুয়োগৰাকীৰ মাজত যোৱা তিনি বছৰৰ পৰা চলি আছিল প্ৰেমৰ সম্পৰ্ক।

উল্লেখ্য যে ল’ৰাৰ পিতৃ আব্দুল বাৰেক আৰু ছোৱালীৰ পিতৃ বি চাংমা ভাল বন্ধু আছিল। কিন্তু ধৰ্ম বেলেগ বেলেগ হোৱা বাবে তেওঁলোকৰ সন্তানৰ মাজত থকা প্ৰেমৰ সম্পৰ্কক মানি ল’ব পৰা নাছিল।

এই কথাই মানসিকভাৱে আঘাত দিছিল প্ৰেমিক হালক। আৰু সেয়ে যোৱা মঙলবাৰে ল’ৰাজনে ছোৱলীজনীক ঘৰৰ কাষতে সাক্ষাৎ কৰি দুয়ো আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। এই সিদ্ধান্তৰ পাছতেই দুয়ো কাষৰ পাহাৰ এখনলৈ গৈ একেলগে বিহ পান কৰে।

বিহ পান কৰাৰ পাছতেই ল’ৰাজনে নিজৰ ফোনযোগে জলেশ্বৰ গাইবন্ধা গাঁৱৰ এজন বন্ধুক সকলোবোৰ কথা কয়।

খবৰ পোৱাৰ লগে লগে বন্ধুজনে ৩০ কিলোমিটাৰ নিলগৰ ঘটনাস্থলত উপস্থিত হৈ দুয়োকে জলেশ্বৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়।

চিকিৎসাৰ বাবে অনা ছোৱালী গৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসকে জানিবলৈ দিয়াৰ লগতে ল’ৰাজনক শীঘ্ৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ নিৰ্দেশ দিয়ে।

ছোৱালী গৰাকীৰ মৃতদেহ ল’ৰাজনৰ ঘৰত ৰখা হৈছিল। ‘বুধবাৰে ৰাতিপুৱা এটা ফোনক’ল পোৱাৰ পাছত আমি আব্দুল বাৰেকৰ ঘৰৰ পৰা ছোৱালী গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰো’। জলেশ্বৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চৰবেছ আলীয়ে জনায়।

ইফালে আৰক্ষীয়ে ছোৱালী গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়ে বুলি জানিব পৰা গৈছে।

এই ঘটনাই এতিয়া অঞ্চলটোৰ বিভিন্ন ধৰ্মালম্বী লোকসকলৰ মাজত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰাৰ লগতে ছোৱালীগৰাকীৰ আত্মাই শান্তি লাভ কৰাৰ লগতে যুৱকজন যাতে শীঘ্ৰে সুস্থ হৈ উঠে তাৰেই কামনা কৰিছে।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd