• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ বিপক্ষে ভাৰতীয় ষ্ট্ৰাইকাৰক আক্ৰমণাত্মক খেল খেলাৰ পৰামৰ্শ বাইচুঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2019 7:48 pm
Baichung Bhutiya

বাইচুং

1.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়াই বৃহস্পতিবাৰে বৰ্তমানৰ ভাৰতীয় দলটো সুনীল ছেত্ৰীৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল বুলি মন্তব্য কৰে।

ভূটীয়াই বুধবাৰে ভাৰতীয় দলটোৱে নৰ্থ-ইষ্ট য়ুনাইটেডৰ সৈতে খেলা বন্ধুত্বমূলক খেলখনত সুনীল ছেত্ৰীৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰে।

খেলখনত জাতীয় দলটোৱে নৰ্থ-ইষ্ট য়ুনাইটেডৰ সৈতে ১-১ গ’লত ড্ৰ খেলে।

অধিনায়ক ছেত্ৰীয়ে ভাৰতীয় দলটোৰ হৈ একমাত্ৰ গ’লটো স্কোৰ কৰে।

১৫ অক্টোবৰত কলকাতাত বাংলাদেশৰ বিপক্ষে ফিফা বিশ্বকাপৰ প্ৰস্তুতি খেলত অংশ ল’বলগীয়া ভাৰতীয় দলৰ অন্য খেলুৱৈ সকলেও গ’ল দিয়াৰ সামৰ্থ্য ৰাখিব লাগিব বুলি কয় বাইচুঙে।

”ভাৰতীয় দলৰ ষ্ট্ৰাইকাৰে ১৫ অক্টোবৰত গ’ল কৰিব লাগিব আৰু বাংলাদেশৰ বিপক্ষে ভাৰতীয় দলটৰ বাবে ই এক প্ৰত্যাহবান হ’ব,”ভূটীয়াৰ মন্তব্য।

বৰ্তমান ভাৰত ফিফা ৰেংকিং অনুসৰি ১০৪ নম্বৰ স্থানত থকাৰ বিপৰীতে বাংলাদেশ আছে ১৮৭ স্থানত।

কাটাৰৰ বিপক্ষে খেলা খেলখনত ভাৰতীয় দলৰ ৰক্ষণ বিভাগে সুন্দৰ খেল খেলিছিল বুলি উল্লেখ কৰি ভূটীয়াই ষ্ট্ৰাইকাৰে গ’ল কৰিলেহে দল জয়ী হ’ব পাৰিব বুলি কয়।

উল্লেখযোগ্য যে, গুৱাহাটীত ওমানৰ বিপক্ষে ভাৰত ১-২ গ’লৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছত কাটাৰৰ বিৰুদ্ধে ড্ৰ খেলিবলৈ সক্ষম হৈছিল। এতিয়া ফিফা বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডলৈ যোৱাৰ স্বপ্ন সজীৱ কৰি ৰাখিবলৈ হ’লে ভাৰতে বাংলাদেশক পৰাস্ত কৰিব লাগিব।

এসময়ৰ তাৰকা ফুটবলাৰগৰাকীয়ে ভাৰতীয় দলটোৱে পৰৱৰ্তী দুয়োখন খেলত ষ্ট্ৰাইকাৰে গ’ল কৰিলে সহজে বিজয়ী হ’ব পাৰিব বুলিও মন্তব্য কৰে।

 

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd