• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ঘটনা সন্দৰ্ভত দক্ষিণ অসম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তক তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2019 7:27 pm
Sarbananda Sonowal

কপিলী জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

1.4k
VIEWS
Share on FacebookShare on Twitter

ডিমা হাছাও জিলাৰ উমৰাংছুত থকা কপিলী জলবিদ্যুত প্ৰকল্পত সংঘটিত দুৰ্ঘটনা সম্পৰ্কত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেপকো কৰ্তৃপক্ষৰ সৈতে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত এক আলোচনাত মিলিত হয়।

ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত মুখ্য মন্ত্ৰীয়ে কপিলী জলবিদ্যুত প্ৰকল্পত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত নেপকো কৰ্তৃপক্ষৰ পৰা সবিশেষ বুজ লোৱাৰ উপৰি ঘটনা সংঘটিত হোৱাৰ পাছত লোৱা সুৰক্ষা তথা অন্যান্য বিষয় সমূহৰো বুজ লয়।

বৈঠকত সোণোৱালে ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে উপযুক্ত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ দিশত যাৱতীয় পদক্ষেপ ল’বলৈও নেপকো কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

আনহাতে, মুখ্য মন্ত্ৰী সোণোৱালে ঘটনাৰ তদন্তৰ বাবে দক্ষিণ অসম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তক নিৰ্দেশ দিয়াৰ উপৰি পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙৰ নেতৃত্বত এটা উচ্চস্তৰীয় গোটক ঘটনাস্থলী পৰিদৰ্শন কৰি সবিশেষ বুজ লোৱাৰ বাবেও নিৰ্দেশ দিয়ে।

চুম ৰংহাঙৰ নেতৃত্বত গঠিত পৰিদৰ্শন গোটত সাংসদ হৰেন সিং বে, বিধায়কদ্বয় ক্ৰমে বীৰভদ্ৰ হাগজেৰ, ডাঃ নোমল মমিন আৰু ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী দেৱোলাল গাৰ্লোচাক অন্তৰ্ভূক্ত কৰা হৈছে। এই গোটটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লৈ মুখ্য মন্ত্ৰীক অৱগত কৰিব।

আজিৰ বৈঠকত পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাং, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, গৃহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয়, এ পি ডি চি এলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচেনীয়া, মুখ্য মন্ত্ৰীৰ সচিব সঞ্জয় লোহিয়াৰ লগতে নেপকোৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd