• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খেতি-নৈ-বন ধ্বংস হ’ব: চিমেণ্ট কোম্পানিক খনন অনুমতিৰ বিৰোধিতা খাচি ছাত্ৰ সন্থাৰ

বৃচিৰনট গাঁৱত লোক শুনানিত ভাগ নল’বলৈ মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দক আহ্বান।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2019 8:28 pm
KSU raises objection against proposed expansion of mining lease in Meghalaya

মেঘালয়ত চূণশিল খননৰ ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খাচি ছাত্ৰ সন্থাই মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছত চিমেণ্ট কোম্পানি এটাক খনন অনুমতি প্ৰদানৰ প্ৰস্তাৱত তীব্ৰ আপত্তি দৰ্শাইছে।

নাৰ্পু বন অভয়াৰণ্য আৰু লুখা নৈৰ সমীপত জিলাখনৰ বৃচিৰনট গাঁৱত চিমেণ্ট কোম্পানিটোৰ খননে সমগ্ৰ পৰিৱেশটোকে ধ্বংস কৰিব বুলি মন্তব্য কৰিছে ছাত্ৰ সংগঠনটোৱে।

Apply Now

“আমি বৃচিৰনট গাঁৱৰ ভূ-সম্পদত খনি লীজ/ খনন সম্প্ৰসাৰণত তীব্ৰ আপত্তি কৰো। কোনো কোম্পানিক খননৰ অনুমতি দানে পৰিৱেশটো, ইয়াৰ বন আৰু প্ৰাণীকুললৈ অধিক ধ্বংস মাতিব,” মেঘালয় ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দৰ সদস্য সচিবক কে এছ ইউৱে দিয়া স্মাৰকপত্ৰত প্ৰকাশ।

সমগ্ৰ এলেকাটো “ইক’-চেনচিটিভ এৰিয়া” বুলি সদৰী কৰি ছাত্ৰ সংগঠনটোৱে কৈছে যে তাৰ পিছতো বন বিভাগে চিমেণ্ট কোম্পানিটোক অনুমতি দিয়াত তেওঁলোক আচৰিত হৈছে।

চিমেণ্ট কোম্পানিটোৱে বিভাগীয় অনুমতি লাভ কৰা বুলি দাবী কৰিছে, কে এছ ইউৱে কয়।

কোম্পানিটো স্থাপনক লৈ বৃচিৰনট গাঁৱত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্দে আয়োজন কৰা লোক শুনানিত ভাগ নল’বলৈ কে এছ ইউৱে ব’ৰ্দক আহ্বান জনাইছে।

উদ্যোগটোৰ স্বাভাৱিকতেই প্ৰদূষণকাৰী হোৱাৰ উপৰি কে এছ ইউৰ মতে নাৰ্পু অঞ্চলৰ কোনো এটা চিমেণ্ট ফেক্তৰিৰে ই টি পি (Effluent Treatment Plant) ব্যৱস্থা নাই।

“ই টি পিৰ অনুপস্থিতি পৰিৱেশৰ বাবে বৃহত্তৰ বিপদ আৰু ভাবুকি কাৰণ, ফেক্তৰিসমূহৰ আৱৰ্জনাসমূহ পৰিৱেশৰ কাৰণে ক্ষতিকাৰক আৰু বিপদজনক,” কে এছ ইউৱে কয়।

সংগঠনটোৱে লগতে কৈছে যে লুখা নৈ ইতিমধ্যে প্ৰদূষিত হৈছে, আৰু প্ৰস্তাৱিত খনি সম্প্ৰসাৰণে ইয়াৰ অস্তিত্বলৈকে প্ৰত্যাহ্বান মাতিব।

প্ৰস্তাৱিত খনন স্থলীৰ পৰা লুখা নৈৰ দূৰত্ব কেৱল ৫০০ মিটাৰ। “সকলো ধৰণৰ প্ৰদূষক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নৈখনলৈকে আহিব,” কে এছ ইউৱে কয়।

“নৈ আৰু বায়ু প্ৰদূষিত হ’লে সমগ্ৰ অঞ্চলটো যিকোনো জীৱৰ বাবেই বাচি থকা অসম্ভৱ হৈ পৰিব।”

তাৰোপৰি কৃষিভূমিৰ ওপৰতো ইয়াৰ গুৰুতৰ আৰু মাৰাত্মক প্ৰভাৱ পৰিব, ছাত্ৰ সংগঠনটোৰ মত।

কে এছ ইউৱে আশংকা প্ৰকাশ কৰে যে চিমেণ্ট কোম্পানিবোৰক এইদৰে খননৰ অনুমতি দি থাকিলে এদিন সমগ্ৰ অঞ্চলটোৱেই পতিত ভূমিত পৰিণত হ’ব।

ইতিমধ্যেই অঞ্চলটোৰ উষ্ণতা আৰু বায়ু প্ৰদূষণ ভয়াৱহভাৱে বৃদ্ধি পাইছে, স্মাৰকপত্ৰত উল্লেখ।

প্ৰস্তাৱিত খননস্থলীৰ সমীপৰ নাৰ্পু বন অভয়াৰণ্য আন জীৱৰ লগতে প্ৰধানকৈ হুলক গিবনৰ বাবে বিখ্যাত।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd