• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপহৰণক কেন্দ্ৰ কৰি শংকৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি; অপহৃত কৰ্মচাৰীৰ মুক্তিৰ নামত ২ কোটি টকা দাবী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 12, 2019 7:03 pm
Sankar tea estate

শংকৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত শংকৰ চাহ বাগিচাৰ পৰা অস্ত্ৰধাৰী দলে শুকুৰবাৰে অপহৰণ কৰি নিয়া কৰ্মচাৰী গৌৰাঙ্গ দেৱক উদ্ধাৰ কৰিবলৈ সেনা-আৰক্ষী বৰ্মানলৈ সক্ষম হোৱা নায়।

আলফা স্বাধীনৰ তৰফৰ পৰা এই অপহৰণ কাৰ্য্য সংঘটিত কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰাৰ পাছত আজি এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত কৰ্মচাৰী গৰাকীৰ মুক্তিৰ বাবদ আলফা স্বাধীনে ২ কোটি টকা দাবী কৰিছে বুলি জানিব পৰা গৈছে।

Apply Now

উল্লেখযোগ্য যে, শুকুৰবাৰে সন্ধিয়া সামৰিক পোছাকত অহা চাৰিজনীয়া এটা অস্ত্ৰধাৰী যুৱকৰ দলে চাহ বাগিচাখনত প্ৰৱেশ কৰে আৰু প্ৰথমে বাগিচাখনৰ মেনেজাৰক বিচাৰে আৰু পৰৱৰ্তী সময়ত বাগিচাখনৰ মেনেজাৰ জনৈক ভূঞাক এৰি কৰ্মচাৰী গৌৰাঙ্গ দেৱক লগত লৈ যায়।

অস্ত্ৰধাৰী অপহৰণকাৰী দলোটোৱে যাবৰ সময়ত বাগিচাখনৰ স্বত্তাধিকাৰী সুধীৰ কুমাৰ লোহিয়াৰ ফোন নম্বৰো সংগ্ৰহ কৰি নিয়ে বুলি বাগিচাখনৰ মেনেজাৰগৰাকীয়ে প্ৰকাশ কৰে।

আনহাতে, বাগিচাখনৰ পৰা শ্ৰমিকগৰাকীক অপহৰণক কেন্দ্ৰ কৰি সমগ্ৰ বাগিচাৰ চাহ শ্ৰমিকসকলৰ মনত আজি তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

বাগিচাখনৰ স্বত্তাধিকাৰী সুধীৰ কুমাৰ লোহিয়াক আলফা স্বাধীনে বৃহৎ অংকৰ ধন দাবী কৰাৰ পাছত তেওঁ দাবী কৰা ধন আদায় নিদিয়াৰ বাবে এনেদৰে আলফাই বাগিচাখনৰ পৰা কৰ্মচাৰীক অপহৰণ কৰিছে বুলি শ্ৰমিক সকলৰ মাজত খবৰ বিয়পি বিয়পি পৰাৰ পাছতে উত্তপ্ত হৈ পৰে বাগিচাখন।

শ্ৰমিক সকলৰ প্ৰতিবাদৰ বাবে বাগিচাখনৰ ফেক্টৰী বন্ধ হৈ পৰাৰ লগতে পৰিবেশ অস্থিৰ হৈ পৰে।

শ্ৰমিকসকলে বাগিচাখনৰ স্বত্তাধিকাৰী সুধীৰ কুমাৰ লোহিয়াক অপহৃত কৰ্মচাৰীগৰাকীৰ মুক্তিৰ বাবে তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ স্পষ্ট উত্তৰ বিচাৰি কৰ্মবিৰতি পালন কৰাৰ ফলত ফেক্টৰীত হাজাৰ হাজাৰ কিলো কেঁচা চাহপাত নষ্ট হ’ব ধৰিছে।

তদুপৰি, সুধীৰ কুমাৰ লোহিয়াই ব্যস্ততাৰ বাবে বাগিচালৈ আহিব পৰা নাই বুলি প্ৰেৰণ কৰা বাৰ্তাই শ্ৰমিক-কৰ্মচাৰী সকলক আৰু ক্ষুব্ধ কৰি তুলিছে বুলি জানিব পৰা গৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ চাহ বাগিচাখনত বৰ্তমান সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান মোতায়ন কৰা হৈছে।

ইফালে গৌৰাঙ্গ দেৱৰ অপহৰণৰ বাতৰি লাভ কৰাৰ পাছতে তেওঁৰ পত্নী মায়া দেৱৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি জানিব পৰা গৈছে। কৰ্মচাৰী গৰাকীৰ কন্যা প্ৰিয়ংকা দেৱে নিৰ্দোষী দেউতাকক অনাহকত কষ্ট নিদি শীঘ্ৰে মুক্তি দিয়াৰ বাবে অপহৰণকাৰী সকললৈ কাতৰ আহ্বান জনাইছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd