• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ কংগ্ৰেছ এৰি “নিজ ঘৰ” অগপলৈ জয়নাথ শৰ্মা

৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত অগপই ঘূৰাই পাব প্ৰতিষ্ঠা কালৰে এজন নেতাক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 13, 2019 7:21 pm
Jayanath Sarmah

জয়নাথ শৰ্মা। ফাইল ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ব্লেকমেইলিং’ৰ বলি হৈ কংগ্ৰেছ এৰি অগপলৈ যাব নেকি শৰ্মা? কি ক’লে শৰ্মাৰ সতীৰ্থ অপূৰ্ব ভট্টাচাৰ্য্যই?

কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ জয়নাথ শৰ্মাই কাইলৈ পুনৰ নিজা ঘৰ অগপলৈ উভতি যোৱাটো নিশ্চিত হৈছে।

Apply Now

১৪ অক্টোবৰত ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দলটোৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু অভয়াপুৰীত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিষ্ঠা দিৱসৰ এটা কাৰ্য্যসূচীতে পুনৰ দলটোত যোগদান কৰিব শৰ্মাই।

শৰ্মাই ২০১৫ চনৰ ১৪ ডিচেম্বৰত অগপ এৰি কংগ্ৰেছত যোগদান কৰিছিল।

অসম আন্দোলনৰ সময়ত আছুৰ মুখ্য আহ্বায়ক হিচাপে কাৰ্য্যনিৰ্বাহ কৰা তথা অগপৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত থকা শৰ্মাই অগপৰ চৰকাৰত ৰাজহ মন্ত্ৰী হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল।

কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰৰ দৰে গুৰুত্বপূৰ্ণ পদত থকা জয়নাথ শৰ্মাই হঠাতে দলটো এৰিব বিচৰাৰ আঁৰত কি কাৰণ আছে সেইটো এতিয়ালৈকে তেওঁ ৰাজহুৱা কৰা নাই।

এই সম্পৰ্কত জানিবৰ বাবে নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা শৰ্মাৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও তেওঁৰ সঁহাৰি পোৱা নগ’ল।

অৱশ্যে কংগ্ৰেছৰ আন এজন জ্যেষ্ঠ মুখপাত্ৰ তথা শৰ্মাৰ সতীৰ্থ অপূৰ্ব ভট্টাচাৰ্য্যই জয়নাথ শৰ্মাৰ অগপ গমনৰ আঁৰত ৰাজনৈতিক আক্ৰোশ থকাৰ সম্ভাৱনাৰ ব্যক্ত কৰে।

“শৰ্মা বিশেষ কিছুমান ৰাজনৈতিক আক্ৰোশৰ সন্মুখীন হ’ব লগীয়া হৈছে। সেইকাৰণে অগপত যোগদানৰ সিদ্ধান্তটো লৈছে। বিভিন্ন ক্ষেত্ৰৰ পৰা তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছে। যি কাৰণে তেওঁ এনে এটা ৰাজনৈতিক সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে”, আমাৰ সাংবাদিক সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এইদৰে কয় ভট্টাচাৰ্য্যই।

চৰকাৰী পক্ষৰ হেঁচাৰ ইংগিত দি ভট্টাচাৰ্য্যই জানিবলৈ দিয়ে, জয়নাথ শৰ্মাৰ মালিকানাধীন এটা শৈক্ষিক প্ৰতিষ্ঠানৰ অনুমতি কৰ্তন কৰি দিয়া হৈছে।

আনহাতে শৰ্মা কংগ্ৰেছৰ পৰা ওলাই গ’লেও কংগ্ৰেছ দলৰ ক্ষতি নহয় বুলি দাবী ভট্টাচাৰ্য্যৰ।

“কংগ্ৰেছ দলৰ পৰা বহু শক্তিশালী নেতা ওলাই গৈছে। তৃণমূল কৰ্মীসকলহে প্ৰকৃতাৰ্থত দলৰ চালিকা শক্তি। কোনো নেতাৰ গমনত সাময়িকভাৱে দলটো অস্বস্তিত পৰে, কিন্তু দলটোৰ বিশেষ ক্ষতি নহয়”, জয়নাথ শৰ্মাই অগপত যোগদানৰ সিদ্ধান্ত সলনি কৰাৰ আশাত থকা বুলি জানিবলৈ দি ভট্টাচাৰ্য্যৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

ভাৰত হৰাৰ পিছতেই ভাহি আহিল গালি-গালাজ; বৈভৱৰ লগতো হতাহতি! দৰাচলতে কি ঘটিছিল?

June 16, 2026 3:02 pm
বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

বাবা ৰামদেৱে মুকলি কৰিলে পতঞ্জলি চিভিল ছাৰ্ভিচেছ একাডেমী, গুৰু দায়িত্বত অৱধ ওঝা

June 16, 2026 2:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm
নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

নীট পৰীক্ষাৰ পূৰ্বে সমগ্ৰ দেশত নিষিদ্ধ কৰা হ’ল টেলিগ্ৰাম : বৃহৎ সিদ্ধান্ত চৰকাৰৰ

June 16, 2026 4:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd