• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ কোকৰাঝাৰত যুৱতীক স্প্ৰে’ আক্ৰমণ, চিকিৎসাধীন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 13, 2019 9:26 pm
Spray attack on girl continues in Kokrajhar

চিকিৎসাধীন যুৱতীগৰাকী। ছবি- নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰত সংজ্ঞাহৰণকাৰী “স্প্ৰে’ নিক্ষেপ”ৰ ঘটনা অব্যাহত আছে, শনিবাৰে সন্ধিয়া আক্ৰমণৰ বলি হোৱা এগৰাকী যুৱতীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ২২ বছৰীয়া যুৱতীগৰাকী বৰ্তমান সুস্থিৰ অৱস্থালৈ আহিছে বুলি জানিব পৰা গৈছে।

Apply Now

যুৱতীগৰাকীৰ ঘৰ আৰু ঘটনাস্থলী কোকৰাঝাৰৰ বিচমুৰি আৰক্ষী চকীৰ অন্তৰ্গত চেমচিংখেলা খনাপাৰা গাঁৱত।

ঘটনাৰ বিৱৰণমতে, শনিবাৰে সন্ধিয়া ৮.৩০ বজাত ঘৰৰ কাষত থকা কুঁৱাৰ পৰা পানী আনিবলৈ যাওঁতে যুৱতীগৰাকী অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হয়।

যুৱতীগৰাকীৰ ভাষ্যমতে, কুঁৱাৰ পানী তুলি থাকোতে মূৰ আৰু ডিঙিত কিবা এক স্প্ৰে’ পৰাৰ দৰে তেওঁ অনুভৱ কৰিছিল।

আৰু কেইছেকেণ্ডমানৰ পিছতে তেওঁ মূৰ ঘূৰোৱা আৰু জথৰ হৈ পৰা যেন অনুভৱ কৰিছিল।

পৰিয়ালৰ লোকে ৰাতিয়ে যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

যোৱা ১৫দিনত অঞ্চলটোত যুৱতীক স্প্ৰে’ নিক্ষেপ কৰাৰ এইটো তৃতীয়টো ঘটনা।

যোৱা ২৮ ছেপ্তেম্বৰত জিলাখনৰ সোণাপুৰ আৰু ধৰমতল নামৰ দুখন পৃথক গাঁৱত ১৫ মিনিটৰ ব্যৱধানত দুটা স্প্ৰে’ নিক্ষেপৰ ঘটনা সংঘটিত হৈছিল।

সদৃশ ঘটনা দুটাত ঘৰৰ ভিতৰত পঢ়ি থকা দুই নাবালিকাক খিৰিকীৰে স্প্ৰে’ নিক্ষেপ কৰা হৈছিল। দুয়োগৰাকীকে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়তে চিকিৎসা কৰোৱা হৈছিল।

ঘটনাটোক লৈ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই তীব্ৰ ক্ষোভো প্ৰকাশ কৰিছিল।

ঘটনা সন্দৰ্ভত এতিয়ালৈকে অসম আৰক্ষী বা কোকৰাঝাৰ আৰক্ষীয়ে কোনো বিবৃতি জাৰি কৰা বুলি জানিব পৰা নাই।

২৮ ছেপ্তেম্বৰৰ ঘটনাস্থলীত জিলাখনৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জি ৰাণী শৰ্মা উপস্থিত হৈছিল।

আন্ধাৰৰ সুযোগ লৈ দুষ্কৃতিকাৰী পলাই গৈছিল যদিও ঘটনাস্থলীত এৰি যোৱা এখন স্কুটি (নং AS-16B/6601) আৰক্ষীয়ে জব্দ কৰিছিল।

ঘটনাটো সন্দৰ্ভত জিলাখনৰ পাটগাওঁ অঞ্চলৰ মুকেশ ৰয়, নেহৰু বৰুৱা আৰু হৰেন বৰুৱা নামৰ তিনিজন লোকক আৰক্ষীয়ে আটক কৰিছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd