• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলাইগাঁও সদৃশ পৰিবেশ পুৰণিগুদামত; ভণ্ড তান্ত্ৰিকৰ আক্ৰমণত দুজন লোক আহত

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
October 14, 2019 8:42 am
VideoCapture_20191013-170744

ফটো : নৰ্থ-ইষ্ট নাও

14.4k
VIEWS
Share on FacebookShare on Twitter

অন্ধবিশ্বাসৰ কবলত পৰি ১৩ অক্টোবৰ অৰ্থাৎ দেওবাৰে নগাঁও জিলাৰ পুৰণিগুদামৰ মুঢ়ানীৰ মিণ্টু চমুৱা নামৰ এজন ভণ্ড তান্ত্ৰিকে অঞ্চলটোত এক অবাঞ্চনীয় পৰিবেশৰ সৃষ্টি কৰে।

দেওবাৰে পুৱাই ভণ্ড সাধক মিন্টু চমুৱাই ওচৰৰে লম্বুদৰ পাঠক নামৰ এজন লোকৰ ঘৰৰ বয়-বস্তু আনি জ্বলাই দি এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰে।

ইয়াৰ উপৰি নিজৰ ঘৰৰ সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে চুবুৰীয়াৰ ঘৰৰ চালৰ টিং আনি অগ্নি সংযোগ কৰে। কু-সংস্কাৰৰ কৰাল গ্ৰাসত পৰা মিণ্টু চমুৱাৰ এনে কাৰ্যক বাধা প্ৰদান কৰিবলৈ যাওতে লম্বুদৰ পাঠকক আক্ৰমণ কৰাৰ লগতে তেওঁৰ পুত্ৰ গগন পাঠককো চুৰিৰে আঘাত হানে।

ভণ্ড সাধকৰ এই উদ্ভণ্ডালিত অতিষ্ঠ হৈ স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি ভণ্ড সাধক গৰাকীক উত্তম-মধ্যম সোধায়।

পাছত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভণ্ড সাধকৰ বন্ধ কোঠাৰ পৰা বিভিন্ন পূজাৰ সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে আৰক্ষীৰ দলটোৱে সাধক মিণ্টু চমুৱাক আটক কৰি লৈ যায়।

উল্লেখ্য যে মিন্টু চমুৱা নামৰ লোকজনে বিভিন্ন সময়ত ঘৰৰ ভিতৰত যাগ-যজ্ঞ কৰি মাতাল হৈ থকাৰ লগতে ওচৰ-চুবুৰীয়াৰ ঘৰতো প্ৰায়ে উদ্ভণ্ডালিৰ সৃষ্টি কৰি আহিছিল।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd