• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অতি পৰিচিত ভাস্কৰ্য্য শিল্পী দিলীপ ভূষণ শৰ্মাৰ মৃত্যুত মন্ত্ৰী হিমন্ত বিশ্বৰ শোক প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2019 12:57 pm
Dilip Bhusan Sarma
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি পৰিচিত ভাস্কৰ্য্য শিল্পী দিলীপ ভূষণ শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি টুইটাৰৰ জৰিয়তে মন্ত্ৰী শৰ্মাই কয়, ‘ভাস্কৰ্য শিল্পী দিলীপ ভূষণ শৰ্মাৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁ ঐকান্তিকতাৰে শিল্প-ভাস্কৰ্য জগতলৈ অলেখ অৱদান আগবঢ়াই গৈছে’।

Apply Now

তেওঁ লগতে কয়, ‘যোগ মুদ্ৰাৰ এক ভাস্কৰ্য নিৰ্মাণ কৰি তেওঁ আমাক উপহাৰ দিছিল, এই মৰম কেতিয়াও পাহৰিব নোৱাৰিম।সৃষ্টিৰাজিয়ে তেওঁক আমাৰ মানস পটত জীয়াই ৰাখিব’।

ভাস্কৰ্য্য শিল্পী দিলীপ ভূষণ শৰ্মাৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ।তেওঁ ঐকান্তিকতাৰে শিল্প- ভাস্কৰ্য্য জগতলৈ অলেখ অৱদান আগবঢ়াই গৈছে।যোগ মুদ্ৰাৰ এক ভাস্কৰ্য্য নিৰ্মাণ কৰি তেওঁ আমাক উপহাৰ দিছিল,এই মৰম কেতিয়াও পাহৰিব নোৱাৰিম।সৃষ্টিৰাজিয়ে তেঁওক আমাৰ মানস পটত জীয়াই ৰাখিব। pic.twitter.com/ebS9NRQo5g

— Himanta Biswa Sarma (@himantabiswa) October 14, 2019

উল্লেখ্য যে দেওবাৰে পুৱা গুৱাহাটীৰ ছাৰ্ভেস্থিত নিজ বাসগৃহত ৪৩ বছৰীয়া তৰুণ ভাস্কৰ্য শিল্পীজনৰ মৃত্যু হয়। জন্মৰ পৰাই হৃদ যন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত হৈ সুদীৰ্ঘ দিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল।

১৯৭৬ চনৰ ১২ আগষ্টত জন্মগ্ৰহণ কৰা শৰ্মাই অতি কম দিনৰ ভিতৰতে নিজৰ শিল্প কৰ্মৰ প্ৰতিভাৰে জনপ্ৰিয় হৈ পৰিছিল।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জালুকবাৰীস্থিত সমাধিস্থলীত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ, দিল্লীস্থিত অসম ভৱনৰ বহিৰ্বিভাগৰ দেৱালত ভাস্কৰ্য শিল্প স্থাপন কৰি দেশ, বিদেশৰ পৰ্যটকৰ লগতে প্ৰশাসনৰ পৰা সন্মান লাভ কৰিছিল।

ইয়াৰ উপৰি তেওঁ দিল্লীৰ গান্ধী মণ্ডপ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তোৰণ নিৰ্মাণৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰ্যটনস্থলীত নিজৰ শিল্পকৰ্মৰ চিন এৰি থৈ যায়।

ইফালে দিলীপ ভূষণ শৰ্মাৰ মৃত্যু শিল্প জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্য মন্ত্ৰীয়ে শিল্পী গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd