• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰীত আৰক্ষীৰ অভিযানত অবৈধ কাঠফলা মিল উৎখাত; জব্দ ৩ লাখ টকাৰ চোৰাং কাঠ

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
October 14, 2019 6:14 pm
Police operation

অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে ধুবুৰীত আৰক্ষীৰ অভিযান

1.5k
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ বিভিন্ন স্থানত অবৈধভাৱে চলি থকা কাঠফলা মিল সমূহ বন্ধ কৰাৰ উদ্দেশ্যে শনিবাৰে সন্ধিয়া উপ আৰক্ষী অধীক্ষক ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত ধুবুৰী আৰক্ষীৰ এটা দলে জিলাখনৰ আঠানি আৰক্ষী চকীৰ অন্তৰ্গত ২ নং পিয়াজবাৰী গাঁৱত অভিযান চলায়।

অভিযান কালত আৰক্ষীৰ দলটোৱে দুটা অবৈধ কাঠফলা মিল উৎখাত কৰাৰ লগতে বৃহ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

অভিযানৰ সময়ত আৰক্ষীয়ে আচৰুদ্দিন আলি নামৰ এজন লোককো আটক কৰিছে। আচৰুদ্দিন আলি দক্ষিণ শালমাৰাৰ ফকিৰাগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত ৫ নং শালমাৰা গাঁৱৰ ৰবিচান্দ আলিৰ পুত্ৰ।

আৰক্ষীয়ে আটাকাধীন লোক জনকে অবৈধ কাঠফলা মিল দুটাৰ মালিক বুলি সন্দেহ কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, আৰক্ষীৰ অভিযানৰ সময়ত কাঠফলা মিল দুটাত কাম কৰা অন্য লোক সকলে পলাই সাৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত বন বিভাগে জব্দ কৰা কাঠখিনৰ বজাৰ মূল্য প্ৰায় ৩ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে।

এই সংক্ৰান্তত বন আইনৰ নিৰ্ধাৰিত ধাৰাৰ অধীনত ইতিমধ্যে এটা গোচৰো ৰুজু কৰা হৈছে বুলি খবৰ লাভ কৰা হৈছে।

ধুবুৰী জিলাত বন বিভাগৰ চকুৰ আগতে বহু অবৈধ কাঠফলা মিল চলি আছে বুলি স্থানীয় ৰাইজে উল্লেখ কৰি এই ক্ষেত্ৰত বিভাগটোৱে চকু মুদা কুলিৰ ভাও ধৰি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd