• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নোবেল বিজয়ী অভিজিৎ বেনাৰ্জীক শুভেচ্ছা জনাই মনমোহন সিঙে ক’লে, ‘’অত্যন্ত গৌৰৱৰ বিষয়’’

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 10:08 am
Abhijit_1571047852507

অৰ্থনীতিৰ নোবেল বিজয়ী অভিজিৎ বেনাৰ্জী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে সোমবাৰে নোবেল বঁটা লাভ কৰা ভাৰতীয় মূলৰ অৰ্থনীতিবিদ অভিজিৎ বেনাৰ্জীক শুভেচ্ছা জনায়।

তেওঁ কয় যে দৰিদ্ৰতা নিৰ্মূল তথা নতুন কৌশলৰ উন্নয়ন সন্দৰ্ভত কৰা তেওঁৰ কাম সঁচাকৈয়ে কালজয়ী।

Apply Now

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়নমূলক অৰ্থনীতিত বেনাৰ্জীৰ নব্য উদ্ভাৱনসমূহ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত প্ৰযোজ্য তথা উপযোগী।

বেনাৰ্জীলৈ লিখা এখন পত্ৰত সিঙে লিখিছে: ‘’এইটোৱে মোক অত্যন্ত আনন্দিত তথা গৌৰৱান্বিত কৰিছে যে আপুনি এতিয়া অৰ্থনীতিত নোবেল বঁটা লাভ কৰা দ্বিতীয় গৰাকী ভাৰতীয়।

‘’আপোনাক আৰু আপোনাৰ সহযোগী বিজয়ীসকললৈ মোৰ আন্তৰিক অভিনন্দন জনালোঁ। আপোনাৰ ‘ৰেণ্ডমাইজ্ড কন্ট্ৰ’ল ট্ৰায়েলছ’ৰ দৰে দৰিদ্ৰতা নিৰ্মূল তথা নতুন কৌশলৰ উন্নয়ন সন্দৰ্ভত কৰা পাণ্ডিত্যপূৰ্ণ কৰ্মসমূহ সঁচাকৈয়ে কালজয়ী,’’-সিঙে কয়।

WhatsApp Image 2019-10-15 at 5.09.16 AM 7
নোবেল বিজয়ী অভিজিৎ বেনাৰ্জীক শুভেচ্ছা জনোৱা মনমোহন সিঙৰ পত্ৰখন।

নিজৰ শুভেচ্ছামূলক বাৰ্তাটোত প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে লিখিছে: ‘’মই এগৰাকী অৰ্থনীতিৰ ছাত্ৰ হিচাপে বিশেষভাৱে আনন্দিত যে কমিটিয়ে ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত প্ৰযোজ্য তথা উপযোগী অগ্ৰণী উদ্ভাৱনসমূহক সন্মানিত কৰাৰ বাবে নিৰ্বাচন কৰিলে।‘’

উল্লেখযোগ্য যে সোমবাৰে ইণ্ডো-আমেৰিকান অভিজিত বেনাৰ্জী, তেওঁৰ পত্নী এস্থাৰ দুফলো আৰু মাইকেল ক্ৰেমাৰলৈ সন্মিলিতভাৱে ২০১৯ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা আগবঢ়োৱা হয়।

বিশ্বব্যপি দৰিদ্ৰতা নিৰ্মূলৰ অৰ্থে পৰীক্ষামূলক পদ্ধতি (experimental approach to alleviating global poverty) শীৰ্ষক কৰ্মৰাজিৰ বাবে বিখ্যাত অৰ্থনীতিবিদ কেইগৰাকীলৈ এই বঁটা আগবোঢ়োৱা হৈছে।

ইয়াৰ পূৰ্বে ১৯৯৮ চনত অৰ্থনীতিত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় আছিল অৰ্মত্য সেন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd