• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০০ চিকিৎসা কৰ্মীৰ গীত-নৃত্য আৰু শ্ল’গানেৰে মঙলদৈত সাংস্কৃতিক শোভাযাত্ৰা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
February 3, 2018 11:32 pm
Assam Medical Service Association Cultural-Rally
132
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২০০ চিকিৎসা কৰ্মীৰ গীত-নৃত্য আৰু শ্ল’গানেৰে আজি মঙলদৈ চহৰৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।

অসম চিকিৎসা সেৱা সন্থা, চমুকৈ আমছাৰ ৪৪সংখ্যক অধিৱেশন উপলক্ষে চহৰখনত উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাই মঙলদৈবাসীক বাৰুকৈয়ে আকৃষ্ট কৰে।

অধিৱেশনৰ আজি দ্বিতীয় দিনা অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰা বিশেষকৈ দৰঙৰ কৃষ্টিক সামৰি উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।

‘কন্যা শিশুৰ সুৰক্ষা’, ‘সৰু পৰিয়াল সুখী পৰিয়াল’ প্ৰভৃতি বিষয়ৰ বাৰ্তা জনসাধাৰণৰ মাজত বিলোৱা হয়।

মঙলদৈৰ মেটাৰনিটী এণ্ড চাইল্ড হেলথ হাস্পতালৰ নতুন চৌহদৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে।

তিনিদিনীয়া অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুযায়ী আমছাৰ পতাকা উদ্বোধন কৰে সন্থাৰ সভাপতি ডাঃ দিলীপ দেৱ শৰ্মাই আৰু স্মৃতি তৰ্পণ মুকলি কৰে সচিব ডাঃ কনক চন্দ্ৰ তালুকদাৰে।

দেওবাৰে মঙলদৈৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগীয়া সামৰণি অনুষ্ঠানৰ মুকলি বৈঠকত মুখ্য অতিথিৰুপে উপস্থিত থাকিব ৰাজ্যৰ স্বাস্থ্য-শিক্ষা বিভাগৰ মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা।

আনহাতে শুকুৰবাৰে প্ৰতিনিধি শিবিৰৰ মুকলি কৰিছিল দৰং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকে

 

Recent News

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

পানী মিহলোৱা ডিজেল; পথৰ মাজতে বিকল হৈ পৰিল বিজেপিৰ মুখ্যমন্ত্ৰীৰ কনভয়ৰ ১৯খন বাহন

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

আই আই টি মাদ্ৰাজৰ কেম্পাছত যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ যুৱক

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ : ভাষা বিতৰ্কত একেলগে থিয় দিছে উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

কানাডাৰ সৈতে বাণিজ্যিক আলোচনা : কি কি সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ট্ৰাম্পে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd