• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফোনত মদ বিচাৰি তিনিটা ট্ৰেঞ্জেকশ্যনত ১.২৫ লাখ টকা হেৰুৱাই মূৰে কপালে হাত দিলে গ্ৰাহকে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 15, 2019 2:47 pm
wine

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনলাইন সুৰা বিতৰণ সেৱা কিছুমানৰ বাবে আশীৰ্বাদ স্বৰূপ হয় যদিও বহু সময়ত গ্ৰাহক সকল প্ৰতাৰণাৰ বলি হোৱাও দেখা যায়। শেহতীয়াকৈ মুম্বাইৰ এগৰাকী লোক ইয়াৰ স্বীকাৰ হৈছে।

মোবাইল চাৰ্ভিচ প্ৰদান কৰা এটা প্ৰতিষ্ঠানত ডেপুটি মেনেজাৰ হিচাপে কৰ্মৰত এজন লোকে এটা মদৰ বটল হোম ডেলিভাৰিত অৰ্ডাৰ দিছিল। অৰ্ডাৰৰ পিছতে লোকজনে ১.২৫ লাখ টকা হেৰুৱায়। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এই ঘটনা ১২ অক্টোবৰৰ।

Apply Now

এই ঘটনাৰ পিছতে লোকজনে আন্ধেৰী থানাত অভিযোগ দাখিল কৰি কয় যে অনলাইনযোগে লাভ কৰা এটা নম্বৰ ডাইল কৰি আন্ধেৰী (পূব)স্থিত ‘উজ্জল ৱাইন’ৰ পৰা মদৰ বটল এটা অৰ্ডাৰ দিছিলো।

তেওঁ লগতে কয় যে অৰ্ডাৰ লোৱা সকলে মোৰ ক্ৰেডিট কাৰ্ড আৰু ৱান টাইম পাছৱ’ৰ্ড লাভ কৰাৰ পাছৰে পৰা অৰ্থাৎ নিশা ১০.২০ৰ পৰা ১১.১৫ৰ ভিতৰত টকাখিনি হেৰৱাও। অপৰাধীয়ে কৌশলগতভাৱে তেওঁৰ পৰা ক্ৰেডিট কাৰ্ড আৰু ৱান টাইম পাছৱ’ৰ্ডৰ তথ্য সংগ্ৰহ কৰিছিল বুলিও জনায়।

উল্লেখ্য যে লোকজনে এই বিষয়ে আন্ধেৰী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে উজ্জল ৱাইনৰ মালিকেও অভিযোগ দাখিল কৰে। তেওঁ কয় যে মোৰ দোকানৰ নাম ব্যৱহাৰ কৰি এইদৰে কোনো দুষ্ট চক্ৰই অপকৰ্ম সংঘটিত কৰিছে।

ইফালে অনলাইন সমীক্ষক সকলে উজ্জল ৱাইনৰ পৰা অনলাইন অৰ্ডাৰ নিদিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো বিভিন্ন জনে এই ভুল কৰিয়েই আছে।

‘যিসকল দুষ্ট চক্ৰই উজ্জল ৱাইনৰ নাম ব্যৱহাৰ কৰি যোগাযোগৰ নম্বৰ দিছিল সেই চক্ৰটোক কৰায়ত্ত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো’। আৰক্ষীৰ ভাষ্য।

দুষ্ট চক্ৰৰ কৱলত পৰা লোকজনৰ প্ৰথমে ৩১,৭৭৭ টকা নোহোৱা হোৱা বুলি উল্লেখ কৰি কয়, ‘মই নম্বৰটোত ফোন কৰাত এয়া ভুলতে হোৱা বুলি কয় আৰু এই ৰাশি ওভটাই দিম বুলি জনায়। চক্ৰটোৱে পুনৰ মোৰ ক্ৰেডিট কাৰ্ডৰ সবিশেষ লয়, কিন্তু দ্বিতীয়বাৰৰ বাবে ৩১,৭৭৭ টকাৰ লেনদেন হয়। শেষবাৰ নিশা ১১.১৫ বজাত ৬১,০০০ টকা লেনদেন হোৱাৰ মেছেজ আহে। তেতিয়াই মই প্ৰবঞ্চনাৰ বলি হোৱা বুলি অনুভৱ কৰিলো আৰু লগে লগে কাৰ্ডখন ব্লক কৰি বেংকত অভিযোগ দাখিল কৰো’।

ইয়াৰ পিছতে লোকজনে 7027043565 আৰু 8723877079 নম্বৰ দুটাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

‘ইয়াৰ পূৰ্বে মই অনলাইনযোগে সুৰা লাভ কৰিছিলো। সেয়ে নম্বৰ দুটাত মোৰ কোনো সন্দেহ হোৱা নাছিল। ভুৱা চক্ৰটোৱে কেচ অন ডেলিভেৰী নহ’ব বুলি কৈ মোৰ ক্ৰেডিট কাৰ্ডৰ সবিশেষ লৈছিল’। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত ভুক্তভোগীজনৰ মন্তব্য।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

June 14, 2026 10:25 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 14, 2026 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd