• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনয়েৰে কেৰিয়াৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ সাজু ক্ৰিকেটাৰ ইৰফান পাঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2019 5:33 pm
Indian-cricketer-Irfan-Pathan-on-board-Chiyaan-Vikram-58

অভিনেতা বিক্ৰম আৰু ক্ৰিকেটাৰ ইৰফান পাঠান। ফটো : টুইটাৰ/ইনষ্টাগ্ৰাম

1.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট তাৰকা ইৰফান পাঠানে কেৰিয়াৰৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে। এইবাৰ এক নতুন ভূমিকাত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে ফাষ্ট বলিঙেৰে বেটছমেনৰ বাবে সন্ত্ৰাসৰ সৃষ্টি কৰা বাওহতীয়া বলাৰ পাঠানে।

কিন্তু এইবাৰ খেলপথাৰত নহয়, পাঠানক দেখা যাব শ্বুটিং ফ্ল’ৰতহে। এগৰাকী অভিনেতা হিচাপে কেমেৰাৰ সন্মুখত প’জ দিব ইৰফানে।

ক্ৰিকেট জগতত দুৰ্ধৰ্ষ বলাৰ হিচাপে পৰিচিত ক্ৰিকেটাৰ গৰাকীয়ে এইবাৰ  কেমেৰাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হৈছে।

সেইবুলি বলীউদৰ কোনো ছবিত নহয়, বৰঞ্চ দক্ষিণৰ ছবিতহে অভিনয় কৰিবলৈ আগবাঢ়িছে ছুইং মাষ্টাৰগৰাকীয়ে।

পাঠানে অভিনয় কৰিবলগীয়া ছবিখনৰ নাম হৈছে ‘বিক্ৰম-৫৮’। ছবিখনৰ পৰিচলনা কৰিব দক্ষিণৰ জনপ্ৰিয় পৰিচালক অজয় জ্ঞানামুথুৱে।

অৱশ্যে, ইৰফানে কেনেধৰণৰ চৰিত্ৰত অভিনয় কৰিব সেয়া প্ৰকাশ কৰা নাই যদিও সূত্ৰসমূহৰ পৰা জানিব পৰা মতে ক্ৰিকেটাৰগৰাকীক ‘বিক্ৰম-৫৮’ত এজন তুৰ্কীভাষী লোকৰ চৰিত্ৰত দেখা পোৱা যাব।

সদ্যহতে, তেওঁৰ ছ’চিয়েল মিডিয়াত কৰা এটা প’ষ্টত ইৰফানে লিখিছে: ‘নতুন উদ্যোগ, নতুন প্ৰত্যাহ্বানৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছো।‘

ইৰফান পাঠানে অভিনয় কৰিবলগীয়া এই ছবিখনৰ সংগীত পৰিচালনা কৰিব এ আৰ ৰহমানে। ছবিখনৰ মূল চৰিত্ৰ এটাত অভিনয় কৰিব দক্ষিণৰ এগৰাকী জনপ্ৰিয় অভিনেতা বিক্ৰমে।

ইৰফান পাঠানে ২০১২ চনত শেষবাৰৰ বাবে দেশৰ জাৰ্ছি পৰিধান কৰি খেলপথাৰত নামিছিল।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd