• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অদৃশ্য নীতিত ২০০ সাংবাদিকক টেবলেট বিতৰণ মুখ্য মন্ত্ৰীৰ তথ্য আৰু জনসংযোগ বিভাগৰ

ৰাজীৱ কুমাৰ নামৰ সাংবাদিক এজনে বিভাগটোত আৰ টি আই কৰাৰ পিছতো সদুত্তৰ নোপোৱা বুলি সদৰী কৰি শুকুৰবাৰে এই অভিযোগ কৰিছে।

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2019 8:18 pm
Assam CM asks people not to panic as COVID-19 postive cases reach 13 in state

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থকা তথ্য আৰু জনসংযোগ বিভাগে অঘোষিত নীতি আৰু যোগ্যতাৰ ভিত্তিত একাংশ সাংবাদিকক টেবলেট প্ৰদান কৰিছে।

বিভাগটোৱে ৰাজ্যখনৰ সাংবাদিকৰ মাজত ২০০টা চেমচাং গেলেক্সি টেবলেট বিতৰণ কৰিছে; কিন্তু অভিযোগ মতে, কিহৰ ভিত্তিত এইসমূহ প্ৰদান কৰা হৈছে সেয়া ৰাজহুৱা কৰা হোৱা নাই।

Apply Now

ৰাজীৱ কুমাৰ নামৰ সাংবাদিক এজনে বিভাগটোত আৰ টি আই কৰাৰ পিছতো এই বিষয়ে সদুত্তৰ নোপোৱা বুলি সদৰী কৰি শুকুৰবাৰে এই অভিযোগ কৰিছে।

বিভাগটোৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ নিশ্চয়কৈ মুখ্য মন্ত্ৰীৰ বাবে অস্বস্তিকৰ হ’ব পাৰে।

কুমাৰে কোৱামতে, টেবলেটসমূহ বিতৰণৰ “মানদণ্ড সম্পৰ্কে বিভাগ অৱগত নহয়” বুলি তথ্য আৰু জনসংযোগ বিভাগে তেওঁৰ আৰ টি আই আবেদনৰ উত্তৰত জনাইছে।

২০১৮-১৯ আৰু ২০১৯-২০ বিত্ত বৰ্ষত টেবলেট প্ৰদানৰ বাবে সাংবাদিকসকলৰ তালিকা “কোনে প্ৰস্তুত কৰিছিল” আৰু “কি নীতিৰ আধাৰত” এইসমূহ বিতৰণ কৰা হৈছিল তাৰো কোনো তথ্য বিভাগটোৰ হাতত নাই, কুমাৰৰ অভিযোগ।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2019/10/Final-1-converted.pdf”]

টেবলেটৰ কাৰণে হামৰাও কঢ়া নাই বুলি উল্লেখ কৰি কুমাৰে কৈছে মূল প্ৰশ্নটো হৈছে চৰকাৰী নীতিৰ। আৰু তেওঁৰমতে, এনে বৈষম্যৰ জৰিয়তে চৰকাৰে সাংবাদিকৰ মাজত বিভাজন আনিব খুজিছে।

“প্ৰতিষ্ঠানবিৰোধী আৰু চৰকাৰৰমতে নচলা বুলি ধাৰণা কৰা বহু জ্যেষ্ঠ স্বীকৃত সাংবাদিকৰ ক্ষেত্ৰতো বিভাগটোৱে বদান্যতা এৰাই চলিলে। মই এখন আৰ টি আই আবেদন কৰাৰ পিছতো আনকি চৰকাৰে কথাটো ৰাজহুৱা নকৰিলে,” কুমাৰে কয়।

অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ এই কাণ্ডই বিজেপি চৰকাৰৰ শ্ল’গান “চবকা চাথ, চবকা বিকাশ” অন্তঃসাৰশূন্যতা প্ৰমাণ কৰা বুলি কুমাৰে মন্তব্য কৰিছে।

“বিজেপিৰ শ্ল’গান চবকা চাথ, চবকা বিকাশ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰায়েই আওৰাই থাকে। কিন্তু সকলোকে সামৰি লোৱাৰ এই দাবীৰ অন্তঃসাৰশূন্যতা ৰাজ্যৰ তথ্য আৰু জনসংযোগ বিভাগতে জলজল পটপট হৈ আছে,” কুমাৰে কয়।

খবৰমতে, ২০১৮ চনৰ এপ্ৰিলৰ পৰা ২০১৯ চনৰ ছেপ্তেম্বৰলৈকে টেবলেটসমূহ বিতৰণ কৰা হৈছিল।

চৰকাৰী তথ্যমতে ২০০গৰাকী সাংবাদিকে বেলেগ বেলেগ তাৰিখে এই টেবলেটসমূহ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd