• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খোল-তাল, উৰুলি আৰু হৰিধ্বনিৰে জয়সাগৰ শ্ৰীকৃষ্ণ ৰাসলীলাৰ মণ্ডপৰ লাইখুটা স্থাপন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 19, 2019 6:42 am
IMG-20191018-WA0040

শুকুৰবাৰে জয়সাগৰ ৰাস মণ্ডপৰ লাইখুটা স্থাপন অনুষ্ঠান। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষৰ দৰে এই বৰ্ষতো জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু জয়সাগৰৰ ৩০ খন গাঁৱৰ ৰাইজৰ সহযোগত অহা ১২ আৰু ১৩ নৱেম্বৰত ঐতিহাসিক জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত বৰ্ণাট্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

এই উদ্দেশ্য শুকুৰবাৰে জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত দুই শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত খোল-তাল, উৰুলি আৰু হৰিধ্বনিৰে মুখৰিত এক মাংগলিক পৰিৱেশৰ মাজত ৰাস মণ্ডপ আৰু অস্থায়ী নামঘৰৰ লাইখুটা স্থাপন কৰা হয়।

ৰাস মণ্ডপৰ লাইখুটা স্থাপন কৰে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ৰূপম জ্যোতি বৰকাকতিয়ে।

লাইখুটা স্থাপন কৰি তেওঁ কয় যে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনে সমাজত গঢ় লৈ উঠা অশুভ শক্তিসমুহক নাশ কৰি এক আধ্যাত্মিক আৰু সুস্থ সামাজিক বাতাবৰণ সৃষ্টি কৰে।

তেওঁ লগতে ই নৱপ্ৰজন্মক উশৃংখলতাৰ বিপৰীতে আধ্যাত্মিক দিশে অগ্ৰসৰ হ’বলৈ মনোবল বৃদ্ধি কৰে বুলি মন্তব্য কৰে।

আনহাতে, অস্থায়ী নামঘৰৰ লাইখুটা স্থাপন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰফুল্ল চন্দ্ৰ কলিতাই।

উদযাপন সমিতিৰ যুটীয়া সম্পাদক ৰুবুল ভূঞা আৰু জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ সম্পাদক আনন্দ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী আতুল দত্তই।

উদযাপন সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই উপস্থিত ৰাইজক ধন্যবাদ জনোৱাৰ লগতে সকলোৰে সহায় সহযোগিতা, দিহা-পৰামৰ্শ বিচাৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am
লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

লণ্ডনত প্ৰবাসী ভাৰতীয় উদ্যোগপতি লৰ্ড স্বৰাজ পলৰ দেহাৱসান

August 22, 2025 10:31 am
‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

‘ভাৰত-চীন এছিয়াৰ ডাবল ইঞ্জিন’, আমেৰিকাৰ বিৰুদ্ধে দিল্লীৰ কাষত থিয় দিছে বেইজিঙে

August 22, 2025 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

‘ভোট-চুৰি’ৰ প্ৰসংগ উত্থাপন কৰা বাবে নিৰ্বাচন আয়োগে বাতিল কৰিব লাগে কংগ্ৰেছৰ পঞ্জীয়নঃ ছুপ্ৰীম কোৰ্টত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

August 22, 2025 12:15 pm
ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

ভাতৃক সাৰথি কৰি কাম-চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠন, যুৱতীক শাৰীৰিকভাৱে অপদস্থ; আৰ এছ এছ নেতা কৌশিক শৰ্মাক গ্ৰেপ্তাৰ

August 22, 2025 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd