• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুকুৰ আৰু মেকুৰীৰ পঞ্জীয়ন কৰিবলৈ চৰকাৰৰ জাননী! অনতি পলমে পঞ্জীয়ন নকৰিলে বিহিত ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2019 9:14 am
dog-and-cat-cover

প্ৰতিনিধিত্বমূলক ফটো।

17.8k
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ যিসকল বাসিন্দাই ঘৰত কুকুৰ অথবা মেকুৰী পুহিছে তেওঁলোকক সেইবোৰৰ পঞ্জীয়ন কৰিবলৈ আহবান জনাই গুৱাহাটী পৌৰ নিগমে এখন জাননী জাৰি কৰিছে।

গুৱাহাটী মহানগৰীৰ বহু বাসিন্দাৰে নিত্যসংগী জীৱ-জন্তু (pet) ৰখাৰ চখ আছে আৰু এওঁলোকৰ বহুতেই প্ৰয়োজনীয় পঞ্জীয়ন আৰু প্ৰতিষেধক ছিটা দিয়াৰ নিয়ম অনুসৰণ নকৰে বুলি সততে অভিযোগ শুনা যায়।

পৌৰ নিগমৰ জাননীখনত কোৱা হৈছে-

“গুৱাহাটী পৌৰ নিগম অঞ্চলৰ অধীনৰ সকলো নাগৰিকক জনোৱা হয় যে গুৱাহাটী পৌৰ নিগম আইন, ১৯৭১ (অনুচ্ছেদ ১৪৪ আৰু অনুচ্ছেদ ৩০১) অনুসৰি “পে’ট” (নিত্যসংগী হিচাপে ৰখা পশু-পক্ষী)ৰ পঞ্জীয়ন বাধ্যতামূলক।

Pet Registration
পৌৰ নিগমৰ জাননীখন।

গতিকে Pet-ৰ (কুকুৰ আৰু মেকুৰী) সকলো গৰাকীক ফাঁচি বজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ পশু চিকিৎসা শাখাত তেওঁলোকৰ Pet-ৰ পঞ্জীয়ন যিমান পাৰে সোনকালে কৰিবলৈ অনুৰোধ কৰা হ’ল। অন্যথা আইন অনুসৰি বিহিত ব্যৱস্থা লোৱা হ’ব।”

মাচুলৰ গাঁথনি বুলি জাননীখনত দিয়া মাচুলৰ পৰিমাণ এনে ধৰণৰ-

  • আৱেদন মাচুল ১০ টকা
  • পঞ্জীয়ন মাচুল ২৫০ টকা
  • মুঠ ২৬০ টকা।

তলত গুৱাহাটী পৌৰ নিগম আয়ুক্ত বুলি লিখা জাননীখনত অৱশ্যে কেতিয়া পঞ্জীয়নৰ অন্তিম তাৰিখ সেইটো দিয়া নাই।

ইপিনে পৌৰ নিগমৰ ৱেবছাইটত একেই Pet পঞ্জীয়নৰ নিয়মাৱলী দিয়া আছে যদিও তাত মাচুলৰ পৰিমাণ ১১০ টকাহে দিয়া আছে। ৱেবছাইটটোত পঞ্জীয়নৰ বাবে কোনো স্বেচ্ছাসেৱী সংগঠনক ঠিকা দিয়াৰ কথাও উল্লেখ আছে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd