• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিনেত্ৰী বৰষাৰাণীলৈ অসম নিৱাসী ধনাঢ্য উত্তৰ ভাৰতীয় ব্যৱসায়ীৰ অশালীন প্ৰস্তাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2019 7:37 pm
Barasha rani_Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম নিৱাসী এজন উত্তৰ ভাৰতীয় ব্যৱসায়ীয়ে এগৰাকী ফেশ্বন ডিজাইনাৰৰ জৰিয়তে অভিনেত্ৰী বৰষাৰাণী বিষয়াক অশালীন প্ৰস্তাৱ দিয়া বুলি ৰাজহুৱা কৰিছে স্বয়ং অভিনেত্ৰীগৰাকীয়ে।

ছ’চিয়েল মিডিয়া ফেইচবুকত প্ৰায় ৪ ঘণ্টাৰ আগত এটা পোষ্টৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে এই ঘটনাটোত নিজৰ খং প্ৰকাশ কৰি কৈছে, “ই সঁচাকৈয়ে মোক ক্ৰোধান্বিত কৰি তুলিছে”।

পোষ্টটোত দিয়া বিৱৰণ মতে, নিজকে ফেশ্বন কিউৰেটৰ বুলি কোৱা মহিলাগৰাকীয়ে যোৱা নিশা অভিনেত্ৰীগৰাকীলৈ ফোন কৰিছিল আৰু তেওঁ সেয়া মিছ কৰাত আজি ওলোটাই নিজেই ফোন কৰে।

“কিন্তু “চালাক” মহিলাগৰাকীয়ে মোক কয় যে তেওঁৰ হেণ্ডছেটটোৰ কিবা প্ৰব্লেম হৈ আছে, গতিকে তেওঁ হোৱাটছ এপত ফোন কৰিব। তেওঁ নিৰাপদ হ’ব খুজিছিল।”, বৰষাৰাণীয়ে লিখিছে।

প্ৰথমে আজিকালি এটা শ্ব’ৰ বাবে স্প’নছ’ৰ পোৱাটো যে কিমান কষ্টকৰ সেয়া কয় আৰু এনেকৈ হ’লে ফেশ্বন উদ্যোগ এৰিব লাগিব বুলিও আক্ষেপ কৰে। তাৰ পিছতে তেওঁ চতুৰতাৰে আচল কথালৈ আহে।

“তেওঁ মোক কয় যে অসম নিৱাসী এজন উত্তৰ ভাৰতীয় বদমাছ ধনাঢ্য ব্যৱসায়ীয়ে মোক খুব প্ৰশংসা কৰে আৰু মোক এটা বিদেশ ভ্ৰমণলৈ নিব খোজে”, নিজৰ ফেইচবুক পোষ্টটোত বৰষাৰাণীৰ বিৱৰণ।

মহিলাগৰাকীৰ এনেকুৱা অশালীন প্ৰস্তাৱ শুনি শৰীৰ কঁপি গৈছিল বুলি জানিবলৈ দি অভিনেত্ৰীগৰাকীয়ে ইংৰাজীতে দিয়া পোষ্টটোত লিখিছে, “মোৰ মূৰৰ পৰা ভৰিলৈকে সৰ্বাংগ খঙত কঁপি উঠিছিল। মোৰ যদি এটা বন্দুক থাকিল হেঁতেন, এতিয়াই তাইৰ কপালৰ মাজতে গুলীয়াই দিলো হেঁতেন। আৰু এই বদমাছটোৰ “জেগা”তে (private part) গুলীয়ালো হেঁতেন।”

অভিনেত্ৰীগৰাকীয়ে উত্তৰ ভাৰতীয় ব্যৱসায়ীজন এজন ইলেকট্ৰনিক সামগ্ৰীৰ ব্যৱসায়ী বুলি জানিবলৈ দিয়াৰ লগতে ফেশ্বন কিউৰেটৰগৰাকীয়ে আগতেও নিজৰ ব্যৱসায়ৰ স্বাৰ্থত ক্লায়েণ্টক ছোৱালী যোগান ধৰাৰ কথা শুনি আহিছে বুলি কয়।

তেওঁ পোষ্টটোত আক্ষেপেৰে নিজকে কৈছে, “মোক এনেকুৱা অশালীন প্ৰস্তাৱ দিবলৈ তাইক কিহে সাহস দিলে সেইটো ভাবিহে মোৰ শান্তি নোহোৱা হৈছে। বিনয়ী আৰু বন্ধুত্বসুলভ হোৱাটো কি ভুল?… অথবা বিধৱা হোৱাটোৱে এইটো বুজায় নেকি যে মই গত্যন্তৰহীন আৰু অৰ্থনৈতিকভাৱে নিঃশেষ হৈ গৈছো??”

তাৰ পিছত আকৌ লিখে, “মই আচৰিত হৈছো যে এগৰাকী মহিলাই আন এগৰাকী মহিলাৰ নৈতিকতাক বিক্ৰী কৰাৰ কথা ভাবিব পাৰে!! সঁচাকৈয়ে দুখজনক আৰু ঘৃণাজনক!!”

পোষ্টটোৰ শেষত ২০১৬ চনৰ জুলাইত মৃত্যু হোৱা নিজৰ স্বামী অবিনাশ শইকীয়াক সম্বুধি অভিনেত্ৰীগৰাকীয়ে লিখিছে, “বব, তুমি গুচি যোৱাৰ পিছত মই ইমান বেয়া সময়ৰ মাজেৰে যাব লগীয়া হৈছে।”

উল্লেখ কৰিব পাৰি যে অভিনেত্ৰীগৰাকীয়ে অভিনয় কৰা ৰত্নাকৰ নামৰ এখন শেহতীয়া অসমীয়া ছবি দৰ্শকৰ বিপুল সঁহাৰিৰ মাজেৰে অসমৰ ছবিঘৰবোৰত চলি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd