• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰগাহ শ্বৰীফৰ দানপাত্ৰ ভাঙি চুৰিৰ ঘটনাক গৰিহণা; দোষীক কৰায়ত্ত কৰাৰ দাবী

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 20, 2019 6:56 am
IMG-20191019-WA0034

হজৰত আজানপীৰ দৰগাহৰ বৈধ পৰিচালনা সমিতিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

824
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ স’ৰাগুৰিস্থিত ঐতিহাসিক হজৰত আজানপীৰ দৰগাহৰ বৈধ পৰিচালনা সমিতিৰ উদ্যোগত শণিবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদ মেলত দৰগাহ শ্বৰীফত শেহতীয়াকৈ দানপাত্ৰ ভাঙি চোৰে বহু লক্ষ্য টকা লৈ যোৱা দুৰ্ভাগ্যজনক ঘটনাক গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনায়।

২০১৮ বৰ্ষৰ ৭ অক্টোবৰত সম্পূৰ্ণ বৈধভাৱে এখন পৰিচালনা সমিতি গঠন হোৱাৰ পাছতে হঠাৎ কেইজনমান ব্যক্তিয়ে আন এখন পৰিচালনা সমিতি গঠন কৰি এক বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি কৰাত দৰগাহৰ কাম-কাজত বাধা আহি পৰে।

ইয়াৰ বাবে যোৱা ২০ মাহে দৰগাহৰ দানপাত্ৰত ভক্তসকলে দিয়া যথেষ্ট ধন আবদ্ধ হৈ আছিল।

দৰগাহ শ্বৰীফৰ অচলাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি বৈধ সমিতিয়ে জিলা উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি জনাই দান পাত্ৰৰ ধন প্ৰশাসনৰ জিম্মাত ল’বলৈ নিৰ্দেশ জাৰি কৰিছিল।

কিন্তু ইয়াৰ বিৰুদ্ধে দুগৰাকী তথাকথিত ব্যক্তিয়ে উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশ অনাত উপায়ুক্তৰ নিৰ্দেশ কাৰ্যকৰী নোহোৱাৰ বাবেই এই দুৰ্ভাগ্যজনক চুৰি কাণ্ড সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপন কৰে সমিতিখনে।

দৰগাহ শ্বৰীফত চুৰি কাণ্ড সংঘটিত হোৱাৰ পাছতেই এটা প্ৰতিক্ৰিয়াশীল চক্ৰই দৰগাহ পৰিচালনা সমিতিক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ অহৰহ চেষ্টা কৰি থকাৰ কথা অৱগত কৰি দুখ প্ৰকাশ কৰে বৈধ সমিতিখনে।

তদুপৰি, দৰগাহ পৰিচালনা সমিতিত ২০০৫ চনৰ পৰা সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি অহা ইনামূল হাজৰিকাই তেওঁৰ কাৰ্য্যকাল সামৰি বিগত ২০ বছৰৰ দৰগাহ পৰিচালনাৰ দিশসমুহৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে ।

উক্ত সংবাদ মেলত দৰগাহ পৰিচালনা সমিতিৰ সভাপতি পুতুল হুছেইন, ৰাণা খান, জুনু খান আৰু স’ৰাগুৰি অঞ্চলৰ কেইবাজনো ব্যক্তি উপস্থিত থাকে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd