• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নুমলীগড় শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতা সাংসদ গৌৰৱ গগৈৰ; প্ৰধান মন্ত্ৰীলৈ দিলে পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2019 9:01 am
Gaurav-Gogoi-1-1140x570

সাংসদ গৌৰৱ গগৈ। ফটো : টুইটাৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নুমলীগড় শোধানাগাৰক ব্যক্তিগতকৰণৰ বাবে গ্ৰহণ কৰা কেন্দ্ৰৰ পদক্ষেপক বিৰোধিতা কৰি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে।

সাংসদগৰাকীয়ে নুমলীগড় শোধানাগাৰৰ ব্যক্তিগতকৰণ বন্ধ ৰখাৰ লগতে স্থানীয় অসমীয়া লোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰধান মন্ত্ৰীক অনুৰোধ জনায়।

Apply Now

কেন্দ্ৰই ব্যক্তিগকৰণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেডৰ গোলাঘাট জিলাত অৱস্থিত নুমলীগড় শোধানাগাৰত ৬১.৬৫ শতাংশ অংশীদাৰিত্ব আছে আৰু অসমৰ প্ৰায়ভাগ সংগঠনেই ইয়াৰ বিৰোধিতা কৰিছে।

‘’ভাৰত পেট্ৰ’লিয়ামৰ ব্যক্তিগতকৰণে নুমলীগড় শোধানাগাৰৰো ব্যক্তিগতকৰণৰ বাট মুকলি কৰিব,’’-প্ৰধান মন্ত্ৰীলৈ লিখা পত্ৰখনত সাংসদগৰাকীয়ে কয়।

‘’এই পদক্ষেপৰ বিৰুদ্ধে ৰাইজৰ এক আবেগৰ বহিৰ্প্ৰকাশ ঘটিছে। তদানীত্বন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসম চুক্তিত আগবঢ়োৱা ঐতিহাসিক প্ৰতিশ্ৰুতিৰ পৰিণতিত জন্ম হৈছিল নুমলীগড় শোধানাগাৰৰ,’’-গগৈয়ে কয়।

‘’সেয়েহে নুমলীগড় শোধানাগাৰৰ সৈতে এক আঞ্চলিক মূল্যবোধ তথা ইতিহাস জড়িত হৈ আছে। দ্বিতীয়তে, শোধনাগাৰটো এটা লাভজনক উদ্যোগ হৈ আছে। অক্টোবৰ ২০০০’ৰ পৰা  নুমলীগড় শোধানাগাৰে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক কোষাগাৰলৈ ৩০,০০০কোটিতকৈও অধিক টকা আদায় দিছে,’’-সাংসদগৰাকীয়ে কয়।

Numaligarh Refinery is a historic commitment to the people of Assam. It’s privatisation will be a betrayal of the Assam Accord and the people of Assam. Sharing my letter to PM Modi. pic.twitter.com/IaOkghNiP3

— Gaurav Gogoi (@GauravGogoiAsm) October 21, 2019


কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে দাবী কৰে যে ‘’ নুমলীগড় শোধানাগাৰে গোলাঘাট জিলাৰ আৰ্থ-সামাজিক বিকাশত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে।‘’

তেওঁ ই স্থানীয় যুৱকসকলৰ বাবে, বিশেষকৈ খিলঞ্জীয়া লোকৰ সংস্থাপনৰ সুযোগ বৃদ্ধি কৰিছে বুলি কয়।

তদুপৰি, নুমলীগড় শোধানাগাৰে পৰিৱেশ অনুকুল প্ৰযুক্তি গ্ৰহণ কৰি তথা অনুকুল ইন্ধন উৎপাদনৰ দ্বাৰা অঞ্চলটোত পৰিৱেশ সংৰক্ষণত আগভাগ লৈছে।

নুমলীগড় শোধানাগাৰে লগতে আন্ত:গাঁথনি উন্নয়ন, গ্ৰাম্য বৈদ্যুতিকৰণ আৰু কলা-সাহিত্যৰ বিকাশকে ধৰি বহু সামাজিক দায়বদ্ধতাৰ দিশত জড়িত হৈ আছে বুলি সাংসদগৰাকীয়ে তেওঁৰ পত্ৰখন উল্লেখ কৰে।

‘’বিকাশ তথা আৰ্থ-সামজিক উন্নয়নত ধাৰাবাহিকতা দাঙি ধৰা নুমলীগড় শোধানাগাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ (পি এছ য়ু) মিনি ৰত্ন সন্মানো লাভ কৰিছে,’’-গগৈয়ে কয়।

‘’ নুমলীগড় শোধানাগাৰৰ ব্যক্তিগতকৰণে কেৱল স্থানীয় লোকৰ আবেগ তথা অসমৰ ইতিহাসক আঘাত কৰাই নহয়, কিন্তু ই লগতে বহু স্থানীয় লোকক কৰ্মসংস্থাপনহীন আৰু অসুৰক্ষিত কৰিও তুলিব,’’-সাংসদগৰাকীয়ে লগতে দাবী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd