• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লখিমপুৰৰ বিশিষ্ট তাই পণ্ডিত, শিল্পী যজ্ঞেশ্বৰ লিগিৰাক দুৰ্বৃত্তৰ আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2019 5:25 pm
Jagyeswar Ligira

যজ্ঞেশ্বৰ লিগিৰা।

14.9k
VIEWS
Share on FacebookShare on Twitter

লখিমপুৰৰ বিশিষ্ট তাই পণ্ডিত তথা “হেম বুঢ়াগোহাঁই বঁটা” প্ৰাপক শিল্পী যজ্ঞেশ্বৰ লিগিৰাক যোৱা নিশা চাৰিজন অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰে।

প্ৰহৃত পণ্ডিত, শিল্পীজনৰ ভাষ্যমতে, আক্ৰমণকাৰী ৪জন নিশা প্ৰায় ৯ বজাত এখন ব’লেৰ’ গাড়ীত আহিছিল আৰু ধলপুৰ গ্ৰাম্য চিকিৎসালয়ৰ সন্মুখত থকা তেওঁৰ দোকানখনৰ পৰা বাহিৰলৈ উলিয়াই আনি তেওঁক প্ৰহাৰ কৰে।

লিগিৰাৰ পৰিয়ালে নিশাই ধলপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে দুৰ্বৃত্তক চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে।

ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰ কাঠনি গাঁৱৰ শিল্পীজনে চিকিৎসালয়খনৰ সন্মুখত এখন সাধাৰণ পাণ-তামোলৰ দোকান দি জীৱিকা উলিয়ায়।

তেনেই সাধাৰণ জীৱন যাপন কৰা আৰু চৰকাৰৰ পৰা কোনো মনোযোগ পাবলৈ সক্ষম নোহোৱা যজ্ঞেশ্বৰ লিগিৰাই আজীৱন তাই সংস্কৃতিৰ চৰ্চা কৰি আহিছে। তাই-আহোমৰ সংস্কৃতিৰ এজন সুনিপুণ সাধক, শিল্পী আৰু মলু্ং (ধৰ্মীয় পুৰোহিত) হিচাপে তেওঁৰ বহুল পৰিচিতি আছে। তাই আহোম ভাষাৰো চৰ্চা কৰি আহিছে লিগিৰাই।

তাই লোকবাদ্যৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইত তেওঁ তাই ভাষাৰ গীত পৰিৱেশন কৰি আহিছে আৰু আহোম সমাজত যথেষ্ট সমাদৰ আছে।

২০১৭ বৰ্ষৰ ৮ এপ্ৰিল তাৰিখে জ্যোতি চিত্ৰবনত অনুষ্ঠিত তাই সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসত লিগিৰাক ৰাজ্যিক ভিত্তিত “হেম বুঢ়াগোহাঁই বঁটা” প্ৰদান কৰা হৈছিল।

যোৱা বছৰ ৩১ জানুৱাৰিত গুৱাহাটীৰ কলাক্ষেত্ৰত আন্তঃৰাষ্টীয় মেদাম মেফিত তাই টোকাৰি আৰু গীত পৰিৱেশন কৰিছিল শিল্পীগৰাকীয়ে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd