• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰণোত্তৰ প্ৰতিবেদন সলাই দিয়াৰ বাবে ধন লওঁতেই গ্ৰেপ্তাৰ হ’ল জি এম চি এইচ্ছৰ চিকিৎসক

প্ৰথমে ভুলকৈ মৰণোত্তৰ প্ৰতিবেদন দি ব্লেক মেইলিং কৰিছিল মৃতকৰ আত্মীয়ক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 22, 2019 6:05 pm
Manoj Baishya Pic

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সলাই দিয়াৰ প্ৰতিশ্ৰুতিত ধন লৈ গ্ৰেপ্তাৰ হোৱা চিকিৎসক মনোজ বৈশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰণোত্তৰ পৰীক্ষাৰ নামত বেহা চলাই থকা জি এম চি এইচ্ছৰ এজন চিকিৎসকক আজি দুৰ্নীতি নিবাৰক শাখাক হাতে-লোটে ধৰাই মৃতকৰ পৰিয়ালে। চিকিৎসকজনৰ নাম মনোজ বৈশ্য।

তেওঁৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দিয়া হৰেন কুমাৰ নামৰ লোকজনৰ ভায়েক ৰামেশ্বৰ প্ৰসাদ শ্বাহৰ চিকিৎসাধীন অৱস্থাত যোৱা ১৯ অক্টোবৰত জি এম চি এইচ্ছত মৃত্যু হৈছিল।

Apply Now

ককায়েকে জানিবলৈ দিয়ামতে, ঘৰৰ বাথৰূমত পৰি আহত হোৱা বাবে শ্বাহক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

শ্বাহৰ মৃতুৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত চিকিৎসক মনোজ বৈশ্যই পৰিয়ালটোক ধন বিচাৰি হাৰাশাস্তি কৰি আহিছিল বুলি জানিবলৈ দিছে হৰেন কুমাৰে। টকা-পইচা নিদিয়াত কেতিয়াও মাছ মাংস-নোখোৱা ৰামেশ্বৰৰ মৰণোত্তৰৰ প্ৰতিবেদনত অত্যধিক সুৰা আৰু মাংসৰ উপস্থিতি পোৱা বুলি প্ৰতিবেদন দিয়ে ডাঃ মনোজ বৈশ্যই।

পৰিয়ালৰ লোকে প্ৰতিবেদনটোত অসন্তুষ্ট হৈ পুনৰ চিকিৎসকজনৰ কাষ চাপে আৰু জনায় যে মৃত শ্বাহে কেতিয়াও মদ নাখাইছিলেই।

তেতিয়া মৰণোত্তৰ প্ৰতিবেদন সলনি কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে চিকিৎসকজনে তাৰ বাবে হৰেন কুমাৰৰ পৰা ৫০ হাজাৰ টকা বিচাৰে।

প্ৰথম অৱস্থাত হৰেন কুমাৰে চিকিৎসকজনক ৪হাজাৰ টকা দিয়ে আৰু বাকী অলপ টকা আজি দিয়াৰ কথা আছিল।

কিন্তু একে সময়তে দুৰ্নীতি নিবাৰক শাখাক চিকিৎসকজনৰ ধন দাবীৰ বিষয়ে জনায় হৰেন কুমাৰে।

পূৰ্ব পৰিকল্পনামতে আজি হৰেন কুমাৰে ৮ হাজাৰ টকা দিওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে জি এম চি এইচ্ছৰ পৰা ডা: মনোজ বৈশ্যক প্ৰথমে আটক আৰু পিছত গ্ৰেপ্তাৰ কৰে।

ডা: বৈশ্যক বৰ্তমান দুৰ্নীতি নিবাৰক শাখাই জেৰা অব্যাহত ৰাখিছে আৰু আন কিছু লোকো জালত পৰাৰ সন্দেহৰ থল আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

খেল শেষ, দেশ এৰক! আমেৰিকাত থকাৰ অনুমতি নাপালে ইৰাণে; ক্ষোভ উজাৰিলে প্ৰশিক্ষকে

June 16, 2026 12:44 pm
টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

June 16, 2026 1:59 pm
নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

নিদান পত্ৰ অবিহনে ঔষধৰ দোকানৰ পৰা আৰু ক্ৰয় কৰিব নোৱাৰিব কোনো চিৰাপ; জনালে কেন্দ্ৰই

June 16, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd