• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

ত্ৰিপুৰাত ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিক লৈ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 8:27 pm
Rajnath_Tripura_2

ত্ৰিপুৰাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

নিৰ্বাচন অভিমুখী ত্ৰিপুৰাত বিজেপিয়ে শাসনাধিষ্ঠিত বাওঁমৰ্চাক প্ৰধানকৈ লক্ষ্য কৰি লৈ তাৰ জনসাধাৰণক নিজৰ ফালে টানিবলৈ চেষ্টা কৰি আছে। সৰু ৰাজ্যখনত বিজেপিয়ে জোৰদাৰ প্ৰচাৰ চলোৱাও দেখা গৈছে একেটা কাৰণতে। যোৱা শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যখন ভ্ৰমণ কৰি নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিছিল। কিন্তু নিৰ্বাচনী সভাখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ত্ৰিপুৰাবাসীলৈ আগ বঢ়োৱা বুলি কোৱা এটা নিৰ্বাচনী প্ৰতিশ্ৰুতিক লৈ সমগ্ৰ দেশৰে সচেতন নাগৰিকসকলৰ চকু কপালত উঠিছে।

Apply Now

বিজেপি দলৰ টুইটাৰ হেণ্ডল bjp4tripura ৰ পৰা মন্ত্ৰীজনৰ ফটোৰ সৈতে আপল’ড কৰা এটা পোষ্টত কোৱা হৈছে ত্ৰিপুৰাত বিজেপি শাসনলৈ আহিলে বিদ্যুৎ সংযোগ নথকা প্ৰতিটো ঘৰত বিদ্যুৎ যোগান ধৰা হ’ব।

চাবলৈ গ’লে প্ৰতিশ্ৰুতিটোত আচৰিত হ’ব লগীয়া একো নাই যদিও উত্তৰ-পূবৰ ভিতৰতে বিদ্যুৎ ৰাহিৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা ৰাজ্য এখনত কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে হাঁহিৰো খোৰাক যোগাইছে বহুতক। ৰাজ্যখনত বিদ্যুৎ সংকটৰ বাদে আন ঢেৰ সমস্যা আছে। নিবনুৱা সমস্যা, পথ যোগাযোগ ব্যৱস্থা আদি ইয়াৰ ভিতৰত ধৰিব পাৰি। কিন্তু ৰাজ্যবাসীয়ে অন্ততঃ কোনো ৰাজনৈতিক দলৰ পৰাই এনেকুৱা এটা প্ৰতিশ্ৰুতি নিশ্চয় আশা কৰি থকা নাই, যিটো প্ৰকৃততে তেওঁলোকৰ সমস্যাৰ ভিতৰতে নপৰে।

 

উল্লেখযোগ্য যে চৰকাৰী তথ্যমতেই উত্তৰ-পূবৰ ৰাজ্যকেইখনকে ধৰি দেশৰ ১৯খন ৰাজ্যৰ বিদ্যুৎ সংযোগ থকা আৰু নথকা গাৱঁৰ সংখ্যাৰ ক্ষেত্ৰত ত্ৰিপুৰাই দেশৰ একমাত্ৰ ৰাজ্য, য’ত সকলো গাৱঁতে বিদ্যুৎ সংযোগ দিয়া হৈছে। ত্ৰিপুৰাত পূৰ্বে ২৬ খন বিদ্যুৎ সংযোগবিহীন গাওঁ আছিল যদিও সেইবোৰতো ইতিপূৰ্বে বিদ্যুৎ সংযোগ দিয়াৰ কাম সম্পূৰ্ণ কৰা হৈছে। তেনেস্থলত কেন্দ্ৰীয় মন্ত্ৰী তথা দেশৰ এজন জ্যেষ্ঠ মন্ত্ৰীৰ এই আজৱ প্ৰতিশ্ৰুতি তেওঁৰ অজ্ঞতাৰ চিন বুলি মত দিছে সচেতন নাগৰিকসকলে।

তথ্য মতে, যোৱা বছৰৰ মাৰ্চৰ পৰা ত্ৰিপুৰাই নিজৰ উৎপাদিত বিদ্যুতৰ ১৬০ মেগাৱট বাংলাদেশলৈ ৰপ্তানি কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুমতি পালে ওপৰঞ্চি ৪০ মেগাৱট ৰপ্তানি কৰিবলৈ সাজু হৈ আছে।

আনহাতে ৰাজনাথ সিঙৰ গৃহ ৰাজ্য উত্তৰ প্ৰদেশত এতিয়াও বিদ্যুতৰ সংকট এটা ডাঙৰ সমস্যা হৈ আছে। ইয়াৰ বিপৰীতে ২০১৪ চনৰ পৰাই ত্ৰিপুৰাই বিদ্যুৎ ৰাহি কৰি আহিছে, যিটোৰ ক্ষেত্ৰত ৰাজ্যখন সমগ্ৰ উত্তৰ-পূবৰ ভিতৰতে আগত আছে।

উল্লেখযোগ্য যে সিঙে দলৰ প্ৰাৰ্থী দিলীপ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

আনহাতে নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে এই প্ৰতিশ্ৰুতিও দিয়ে যে বিজেপি শাসনলৈ আহিলে সাংবাদিক হত্যাৰ চি বি আই তদন্ত দিয়াব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd