• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনীয়াবাসীয়ে সুবৰ্ণ সুযোগ হেৰুৱালে : বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস

পুলেন্দ্র দাস by পুলেন্দ্র দাস
October 25, 2019 8:20 am
02-11-18-Guwahati-Ranjit-Kr-Dass-BJP-State-President-Press-meet-3-1140x570

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস। ফাইল ফটো

2.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ৰাজ্যিক বিজেপিৰ  সভাপতি ৰঞ্জিত দাসে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, অসমত বিজেপি দলে আশা কৰা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি ৰাইজৰ যি আস্থা আৰু বিশ্বাস আছে তাৰবাবে ৰাজ্যৰ চাৰিটা সমষ্টিৰ তিনিটা সমষ্টি বিজেপি দলে লাভ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ কয় ৷

নিৰ্বাচনী ফলাফল সন্দৰ্ভত তেওঁ পুনৰ কয় যে, ৰঙাপাৰা, ৰাতাবাৰী আৰু সোণাৰি সমষ্টি বিজেপি দলে লাভ কৰিব বুলি বিজেপি দল নিশ্চিত আছিল ৷

জনীয়া সমষ্টিত দলটো পৰাজিত হলেও পূৰ্বতকৈ এইবাৰ দলটোৱে বেছি ভোট লাভ কৰা বুলিও তেওঁ কয়৷

জনীয়া সমষ্টিৰ ফলাফল সন্দৰ্ভত তেওঁ কয় যে, জনীয়াবাসীয়ে এইবাৰ সুবৰ্ণ সুযোগ হেৰুৱালে ৷

জনীয়াত বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমান জয়ী হলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনত যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেইবোৰ পূৰণ কৰাত খুউব সহজ হ’লহেতেন বুলি তেওঁ কয় ৷

ইপিনে কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শন সন্দৰ্ভত ৰঞ্জিত দাসে কয় যে, কংগ্ৰেছৰ নেতাৰ ওপৰত কংগ্ৰেছ কৰ্মীসকলৰ বিশ্বাস নাইকীয়া হৈ আহিছে ৷

কংগ্ৰেছৰ নেতাসকলে কৰ্মী সকলক যি বিশ্বাস দিব লাগিছিল সেই বিশ্বাস দিয়াত নেতাসকল চূড়ান্তভাবে ব্যৰ্থ হোৱা বাবে দলটোৰ ফলাফল শোচনীয় হোৱা বুলি তেওঁ কয় ৷

ৰাজ্যত বিজেপি দলটোৱে চাৰিটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টি লাভ কৰা বাবে দলটোৰ নেতা, কৰ্মী আৰু ৰাইজৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd