• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ পথত জৰিমনাৰ বৰষুণ

মটৰ বাহন আইন ২০১৯ উলংঘা ৰোধ অভিযানত পথত নামিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 25, 2019 6:40 pm
Kamrup (M) district transport department Motor Vehicles Act 2019

গুৱাহাটীৰ পথত শুকুৰবাৰে পৰিবহণ বিভাগৰ অভিযানৰ ছবি। নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীতৰ বতৰা লৈ নমা নেৰানেপেৰা বৰষুণৰ মাজত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে শুকুৰবাৰে গুৱাহাটীৰ ৰাজপথত চলোৱা অভিযানত জৰিমনাৰ অতৰ্কিত উত্তাপৰ সন্মুখীন হয় নিয়ম ভংগকাৰী যান-চালক।

সমগ্ৰ দেশজুৰি বলবৎ হোৱা মটৰ বাহন আইন, ২০১৯ সন্দৰ্ভত এতিয়াও সজাগ হোৱা নাই গুৱাহাটী মহানগৰৰ কিছুসংখ্যক লোক।

Apply Now

অভিযানটোত বিভাগে হেলমেট পৰিধান নকৰা, ছীট বেল্ট পৰিধান নকৰা তথা উপযুক্ত নথি-পত্ৰ লগত নৰখা বহু লোকক জৰিমনা ভৰোৱায়।

গুৱাহাটীৰ জয়ানগৰ চাৰিআলিত জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত পুৱাৰ ভাগত চলোৱা অভিযানত জব্দ হ’ল বহুকেইখন বাহনৰ নথি-পত্ৰ আৰু বহুকেইখন বাহনৰ গৰাকীৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ।

ইপিনে, বহুকেইগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে বিনা হেলমেটেৰে বাইক চলাই আহিছিল। পৰিবহন বিভাগে চলোৱা অভিযানত তেওঁলোকো সাৰি নগ’ল।

মহানগৰ জিলা পৰিবহন বিভাগে চলোৱা অভিযানকালত মুঠ ১২ খন বাহনৰ নথি-পত্ৰ জব্দ কৰে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জিলা পৰিবহণ বিষয়া বাপন কলিতাই জানিবলৈ দিয়ে। সেই বাহনকেইখনৰ গৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে পৰিবহণ বিভাগে।

উক্ত অভিযান কালত প্ৰায় ৬০০০ টকাৰ জৰিমনা বিহে জিলা পৰিবহণ বিভাগে।

আনহাতে, অনাগত দিনসমূহতো অতৰ্কিতে মহানগৰীৰ ভিন্ন প্ৰান্তত জিলা পৰিবহণ বিভাগে অভিযান চলাব বুলি জানিবলৈ দি কলিতাই সকলো আৰোহীকে সজাগতা অৱলম্বন কৰি যান-বাহন আইন মানি চলিবলৈ আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd