• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্ম সংস্কৃতিৰ জৰিয়েত প্লাষ্টিকমুক্ত মাজুলী গঢ়াৰ সংকল্প এদল মহিলাৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
October 29, 2019 2:12 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

মানুহে দৈনিক ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহে চৌপাশৰ পৰিৱেশ ভয়াৱহভাৱে বিনষ্ট কৰি আহিছে। ইয়াৰ ফলত বনাঞ্চল, জলাশয়, বন্যপ্ৰাণী আদিৰ প্ৰতিও নামি আহিছে চৰম ভাবুকি।

এনে পৰিস্থিতিত চৌপাশৰ পৰিৱেশ প্ৰদূষণমুক্ত হিচাপে গঢ়ি তুলিবলৈ তথা প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ মাজুলীৰ বিহিমপুৰ সত্ৰৰ মহিলাসকলে গঢ়ি তুলিছে এক কৰ্ম সংস্কৃতিৰ আন্দোলন।

“ই’ক” নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ পৰা গুগগুল, মেটেকা, কুঁহিয়াৰ, ধানখেৰ আদিৰে বিবিধ সামগ্ৰী তৈয়াৰৰ বাবে প্ৰশিক্ষণ লৈ ৯ গৰাকী মহিলাই ব্যৱহাৰিক জ্ঞান, প্ৰকৃতিৰ পৰা লাভ কৰা কেঁচামালক মূলধন ৰূপে লৈ চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিলে বিবিধ সামগ্ৰী তৈয়াৰৰ কাম।

বিহিমপুৰ সত্ৰৰ মিউজিয়াম গৃহটোকে অস্থায়ী ভাবে কেন্দ্র ৰূপে ব্যৱহাৰ কৰি উৎপাদনী কৰ্মত ব্যস্ত হৈ পৰিছে মহিলাসকল। বজাৰ কৰা বেগ, পানী বটল বেগ, কাষত লোৱা বেগ, টিফিন বেগ, ফাইল ক’ভাৰ, ডাইনিং টেবুলৰ মেট, গুগুলৰ কঠ, গামোচা আদি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি তাৰ পৰাই বিক্ৰীও কৰিছে।

প্ৰয়োজনীয় কেঁচামাল সমূহ বিশেষকৈ গুগগুল, মেটেকা, ধানখেৰ, মোথা আদি মহিলা কেইগৰাকীয়ে নিজেই মাজুলীৰ বিভিন্ন স্থানৰপৰা সংগ্ৰহ কৰে।

মহিলা কেইগৰাকীৰ নাম হৈছে ৰঞ্জিতা গোস্বামী মহন্ত, বিনু শইকীয়া, মাজনি শইকীয়া, সৰুমাই বৰা, ৰিজু শইকীয়া, প্ৰিয়ংকা শইকীয়া, জুৰি বৰা, জিতু শইকীয়া আৰু নিৰ্মালি শইকীয়া।

বৰ্তমানলৈ কোনো চৰকাৰী পৃষ্ঠপোষকতা লাভ নকৰা এই উদ্যোগী মহিলাসকলে অনাগত দিনত অধিক উৎপাদন কৰিব পৰাকৈ উপযুক্ত এটি গৃহ, এটি বিক্ৰী কেন্দ্ৰ, প্ৰয়োজনীয় সা-সঁজুলি আদিৰ সুবিধা প্ৰদান কৰি অধিক উৎসাহ যোগাবলৈ অসম চৰকাৰৰ সংশ্লিষ্ট কৰ্তপক্ষক আহ্বান জনাইছে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd