• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহেন্দ্ৰ সিং ধোনীৰ অৱসৰ ! টুইটাৰত ট্ৰেণ্ডিং #DhoniRetires

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2019 3:53 pm
M S Dhoni

মহেন্দ্ৰ সিং ধোনী, উৎস-ইণ্টাৰনেট

13.9k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীৰ অৱসৰ আৰু ভাৰতীয় দলত খেলুৱৈগৰাকীৰ ভবিষ্যত সম্পৰ্কে কোনোধৰণৰ খবৰ প্ৰকাশিত নোহোৱাৰ পাছতো মঙলবাৰে #ধোনীয়ে টুইটাৰত ট্ৰেণ্ডিং লাভ কৰিছে।

ক্ৰিকেট সমালোচক সকলে টুইটাৰত উইকেটৰক্ষক আৰু বেটছমেন হিচাপে ধোনীৰ অৱদানৰ বিষয়ে চৰ্চা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

বহু ক্ৰিকেট প্ৰেমীয়ে ধোনীক পুনৰ দলৰ হৈ খেলপথাৰলৈ উভতি অহাৰ বাবেও অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে, টুইটাৰত ধোনীৰ প্ৰসংগই ট্ৰেণ্ড লাভ কৰাৰ পাছতে ধোনীৰ সমৰ্থকসকলে খেলুৱৈ গৰাকীয়ে অৱসৰ ল’ব বুলি চিন্তিত হৈ পৰিছে। যাৰ ফলত টুইটাৰ #NeverRetireDhoni আৰু #ThankYouDhoni টুইটেৰে ভৰি পৰিছে।

২০১৯ বিশ্বকাপত ভাৰতীয় দলটো নিউজিলেণ্ডৰ বিপক্ষে পৰাজিত হৈ বাহিৰ হোৱাৰ পাছৰে পৰা  ধোনীৰ অৱসৰৰ প্ৰসংগত বিভিন্ন খবৰ প্ৰকাশ হৈ আহিছে।

উক্ত খেলখনৰ পাছৰে পৰা ধোনীয়ে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে নায়।

আনহাতে, অলপতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচীত অনুষ্ঠিত হোৱা টেষ্টৰ পাছতে ভাৰতীয় দলৰ ড্ৰেছিং ৰূমত দেখা গৈছিল মহেন্দ্ৰ সিং ধোনীক।

তদুপৰি, দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ো ধোনীৰ অৱসৰৰ বিষয়ে আলোচনা কৰা আধা সংখ্যক লোকে নিজৰ জোটাৰ ৰছী ভালকৈ গাঠিব নোৱাৰে বুলি মন্তব্য কৰিছিল।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd