• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিৰ সৈতে একমত আমছু; ধৰ্মৰ নামত ৰাজনীতিৰে সহজ সৰল লোকক বিপথে পৰিচালনা নকৰিবলৈ সকিয়নী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 29, 2019 6:25 pm
AAMSU

আমছুৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিৰ সৈতে আমছু একমত,’’ মঙলবাৰে গুৱাহাটীৰ দিছপুৰস্থিত ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেলত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে এনেদৰে মত প্ৰকাশ কৰে।

“চৰকাৰৰ জনসংখ্যা নীতিৰ লগত আমি একমত। জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰাটো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অত্যন্ত প্ৰয়োজনীয়।চৰকাৰৰ এই নীতিত আমি পূৰ্ণ সহযোগিতা আগবঢ়াম,” আজিজুৰে ৰহমানে কয়।

Apply Now

আনহাতে, ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক লৈ বিভিন্ন ৰাজনৈতিক দল, সংগঠনে আকাশ,বতাহ উত্তাল কৰি তুলিছে বুলি উল্লেখ কৰি আজিজুৰে এইক্ষেত্ৰত চৰকাৰৰ নতুন জনসংখ্যা নীতিলৈ একাংশ ৰাজনৈতিক নেতাই সস্তীয়া ৰাজনীতি কৰি থকা পৰিলক্ষিত হৈছে বুলি কয়।

ৰাজনীতি কৰিলে বুলি ধৰ্মৰ নাম লৈ সহজ সৰল লোকক বিপথে পৰিচালিত নকৰিবলৈ আমছুৰ উপদেষ্টাগৰাকীয়ে সকিয়নী দিয়াৰ লগতে সেইসকল নেতাক প্ৰয়োজনত উচিত শিক্ষা দিয়াৰো হুংকাৰ দিয়ে।

“জনজাতীয় অঞ্চল, চৰ চাপৰি আৰু পৰ্বতীয়া অঞ্চলত বৰ্তমানো শিক্ষাৰ পোহৰ পৰা নাই। চৰকাৰে জনসংখ্যা নীতিৰ দৰে কিছুমান নীতিৰে সৰ্বসাধাৰণ অশিক্ষিত লোকক ভয় ভীতি দেখুৱাব নালাগে, ভয় খুৱাই কোনো কামত সফল হ’ব নোৱাৰি। কিন্তু চৰকাৰে উচিত গুণগত শিক্ষাৰে সকলোকে শিক্ষিত কৰিব লাগে,’’ জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ শিক্ষা আৰু দৰিদ্ৰতা বুলি উল্লেখ কৰি আজিজুৰে এনেদৰে সংবাদ মেলত মন্তব্য কৰে।

ৰাজ্য চৰকাৰে কেবিনেটত গ্ৰহণ কৰা ভূমিনীতিকো আমছুৱে আদৰণি জনায় যদিও খিলঞ্জীয়া কোন সেয়া স্পষ্ট কৰিবলৈ চৰকাৰক আহ্বান জনায়।

“আমি কেবিনেটত গ্ৰহণ কৰা ভূমি নীতিক সমৰ্থন কৰিছো। চৰকাৰৰ কিছুমান মুখপাত্ৰই খিলঞ্জীয়া লোককহে মাটি দিব  বুলি কৈছিল কিন্তু খিলঞ্জীয়াৰ সংজ্ঞা এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই, চৰকাৰে ইয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰক। খিলঞ্জীয়া কোন? চৰকাৰে ইয়াৰ উত্তৰ দিব লাগে। অসমত বাস কৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া লোক যাতে উপকৃত হয় তেনে নীতি হাতত ল’ব লাগে,” আজিজুৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

১১২ বছৰীয়া ইতিহাসৰ সাক্ষী যোৰহাটৰ ৰঙা ভৱন : এলাগী কৰিব জিলা প্ৰশাসনে!

September 8, 2026 10:04 pm
মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

মোদীৰ অনুষ্ঠানস্থলীত অস্ত্ৰসহ যুৱকক আটক : নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া বুলি পৰিচয় দিয়াৰ অভিযোগ

September 8, 2026 9:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am
জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

জ্বৰ হ’লে গা ধুব লাগে নে? কি কয় চিকিৎসা বিজ্ঞানে?

September 9, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd