• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুটা সন্তানৰ নীতি কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয় : মনোজ তিৱাৰী

ৰাষ্ট্ৰীয় ৰাজনীতি আৰু সংবাদ মাধ্যমত বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2019 7:05 am
775841-manoj-tiwari-07

দিল্লী প্ৰদেশ বিজেপিৰ সভাপতি মনোজ তিৱাৰী। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে অসমৰ সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত কৈছে যে অসম চৰকাৰৰ দুটা সন্তানৰ নীতিটো কোনো বিশেষ এটা সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়। ইয়াক ইতিবাচক ধৰণে গ্ৰহণ কৰিব লাগে।

সোণোৱাল চৰকাৰৰ কেবিনেট বৈঠকে যোৱা ২১ অক্টোবৰত দুটাতকৈ অধিক সন্তান থকা পিতৃ বা মাতৃক চৰকাৰী চাকৰিত আৱেদন কৰাৰ বাবে অযোগ্য কৰাৰ সিদ্ধান্ত লৈছিল আৰু এইটো ২০২১ চনৰ ১ জানুৱাৰিৰ পৰা কাৰ্য্যকৰী হ’ব।

Apply Now

চৰকাৰৰ নীতিটোৰ পিছতে ধুবুৰীৰ সাংসদ তথা এ আই য়ু ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ইয়াৰ বিৰুদ্ধে সৰৱ হৈ নীতিটোৰ সমালোচনা কৰিছিল।

সাংসদজনে “ইছলামে ৰাজ্য চৰকাৰৰ দুটা সন্তানৰ নীতি ইছলামে নামানে” বুলি কৈ ইয়াৰ প্ৰতিক্ৰিয়া কৰিছিল।

“চৰকাৰে আমাক (মুছলমানক) এনেও চাকৰি নিদিয়ে। আমিও চাকৰিৰ আশা নকৰো। মুছলমানে দুটাতকৈ অধিক সন্তান জন্ম দিবই”, দুটা সন্তানৰ নীতিক অগ্ৰাহ্য কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল বদৰুদ্দিনে।

সংবাদ মাধ্যমৰ আগত সাংসদজনে মোহন ভাগৱতে হিন্দুসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে জনোৱা আহ্বানকো কটাক্ষ কৰিছিল। তেওঁ কৈছিল, “এফালে মোহন ভাগৱতে হিন্দুক দহটাকৈ সন্তান জন্ম দিয়াৰ কথা কয়, আনফালে তেওঁলোকৰ চৰকাৰে দুটা সন্তান জন্ম দিয়াৰ কথা কয়। প্ৰথমে নিজৰ মাজত কথাবোৰ ঠিক কৰি লওক”।

বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ৰাষ্ট্ৰীয় ৰাজনীতি আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো দেখা গৈছে।

সাংসদজনৰ মন্তব্যৰ প্ৰতিক্ৰিয়া আগ বঢ়াই ২৮ অক্টোবৰত বিজেপি নেতা সুব্ৰমনিয়ন স্বামীয়ে প্ৰশ্ন কৰিছিল, “আজমলৰ পত্নী ৭-৮টা সন্তান জন্ম দিবলৈ ৰাজিনে?”

দিল্লী বিজেপিৰ সভাপতি তিৱাৰীয়ে অসম চৰকাৰৰ সিদ্ধান্তটোক এটা ভাল সিদ্ধান্ত আখ্যা দি কয়, অসম চৰকাৰে লোৱা সিদ্ধান্তটোক ইতিবাচক ধৰণে ল’ব লাগে। নিয়মটো কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়। তিৱাৰীৰ এই মন্তব্য প্ৰকাশ পাইছে টাইমছ অব ইণ্ডিয়াত। তেওঁ কিছুমান মানুহে সকলো ভাল কামক বাধা দিব বিচাৰে বুলি কটাক্ষ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd