• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তঃজিলা জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত উভয় শাখাতে শ্ৰেষ্ঠত্বৰ খিতাপ পালে শিৱসাগৰে

হিতোজ্জ্বল চেতিয়া by হিতোজ্জ্বল চেতিয়া
February 5, 2018 1:51 pm
Dimou girls handball team
112
VIEWS
Share on FacebookShare on Twitter

যোৱা ২, ৩ আৰু ৪ ফেব্ৰুৱাৰি ২০১৮ ত নলবাৰী বেলশৰত অনুষ্ঠিত হোৱা ২৬ সংখ্যক অমূল্য দাস সোঁৱৰণী আন্তঃ জিলা দিবা-নৈশ জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত  শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি ডিমৌ হেণ্ডবল ক্লাৱৰ ল’ৰা আৰু ছোৱালী দুয়োটা দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

নলবাৰী জিলা কাবাদী আৰু খো-খো সন্থাৰ ৰূপালী জয়ন্তী উপলক্ষে বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ উদ্যোগত বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে অমূল্য দাস সোঁৱৰণী  আন্তঃ জিলা জুনিয়ৰ দিবা নৈশ হেণ্ডবল প্ৰতিযোগিতাৰ ছোৱালী শাখাৰ চূড়ান্ত খেলত  শিৱসাগৰে ঘৰুৱা দল নলবাৰীক ১৮-০৬ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰে।

Dimou boys handball team

ইয়াৰ পূৰ্বে শিৱসাগৰ ছোৱালী দলটোৱে ছেমি ফাইনেলত শিৱসাগৰে তিনিচুকীয়াক ১১-২ আৰু নলবাৰীয়ে গোলাঘাটক ১৮-৭ গ’লত পৰাস্ত কৰিছিল।

আনহাতে শিৱসাগৰৰ ল’ৰাৰ দলটোৱে প্ৰাগজ্যোতিষপুৰক ১৯-১৬ গ’লৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

ল’ৰাৰ ছেমিত শিৱসাগৰে ধুবুৰীক ২১-১০ আৰু প্ৰাগজ্যোতিষপুৰে তিনিচুকীয়াক ১৫-১০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল।

উল্লেখনীয় যে ,যোৱা জানুৱাৰি মাহৰ ৪, ৫ আৰু ৬ তাৰিখে ডিমৌত অনুষ্ঠিত হোৱা সদৌ অসম  অচ্যুত বৰুৱা সোঁৱৰণী ছিনিয়ৰ দিবা  নৈশ হেণ্ডবল প্ৰতিযোগিতাতো পুৰুষ আৰু মহিলা উভয় শাখাতে শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰি ডিমৌ হেণ্ডবল ক্লাৱৰ খেলুৱৈ সকলে চেম্পিয়নশ্বিপ অৰ্জন কৰিছিল ।

এই সফলতাত  ডিমৌ বাসীয়ে বিজয়ী দুয়োটা দলৰ খেলুৱৈ তথা মূখ্যপ্ৰশিক্ষক মঞ্জুৰ আলীক অভিনন্দন জ্ঞাপন কৰে।

স্মৰ্তব্য যে অমূল্য দাস সোঁৱৰণী আন্তঃ জিলা দিবা-নৈশ জুনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাখনিৰ ৰবিবাৰে নিশা সামৰণি পৰে।

Recent News

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd