• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মঙলবাৰে গান্ধী সংকল্প যাত্ৰাৰ মাজতে অসুস্থ ৰামেশ্বৰ তেলী; উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2019 4:29 pm
R.Tali

ৰামেশ্বৰ তেলী। উৎস-ফেইচবুক

5.1k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক দুৰ্বল স্বাস্থ্য জনিত কাৰণত মঙলবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

ডিগবৈত এখন অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা সময়তে হঠাৎ অসুস্থ অনুভৱ কৰাত তেলীক দলীয় কৰ্মীসকলে প্ৰথমতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

তেলীয়ে ডিগবৈত অনুষ্ঠিত হোৱা বিজেপিৰ সংকল্প যাত্ৰাটো অংশগ্ৰহণ কৰিছিল।

‘‘আমি ডিগবৈ টিংৰাইৰ পৰা হাপজানলৈ ১৪ কিলোমিটাৰ খোজকাঢ়ি যোৱাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছিলো। সংকল্প যাত্ৰাৰ ৯ কিলোমিটাৰ সম্পূৰ্ণ হোৱাৰ পাছত মই এখন সভাত আধাঘণ্টাৰ বাবে ভাষণ দিছিলো আৰু ভাষণ দি থকাৰ মাজতে কিছু অসুস্থ অনুভৱ কৰিছিলো,’’ সংবাদ মাধ্যমৰ আগত তেলীয়ে কয়।

চিকিৎসকে গেছট্ৰিক জনিত কাৰণৰ বাবে এনে হোৱা বুলি উল্লেখ কৰি উন্নত চিকিৎসা গ্ৰহণৰ বাবে পৰামৰ্শ দিছে বুলি তেলীয়ে কয়।

‘‘এতিয়া মই সুস্থ হৈ উঠিছো।বুধবাৰে মাৰ্ঘেৰিটাত আৰু এখন গান্ধী সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিম,’’ তেলীয়ে লগতে কয়।

আনহাতে, তেলীয়ে নিজকে সুস্থ অনুভৱ কৰা বুলি  উল্লেখ কৰিলেও বুধবাৰে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে বিমানযোগে নতুন দিল্লীলৈ লৈ যোৱা হয়।

মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে বিজেপিৰ সভাপতি অমিত শ্বাহে ২ অক্টোবৰত নতুন দিল্লীত সমগ্ৰ দেশত গান্ধী সংকল্প যাত্ৰা মুকলি কৰিছিল।

 

Recent News

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd