• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীত উত্তৰ-পূবৰ কংগ্ৰেছী নেতা-কৰ্মীৰ সশ্ৰদ্ধ স্মৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2019 8:08 pm
Indira Gandhi

ইন্দিৰা গান্ধী, উৎস-ইণ্টাৰনেট

9.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকীত বৃহস্পতিবাৰে উত্তৰ-পূবৰ কংগ্ৰেছ নেতাসকলে প্রাক্তন নেত্রীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰে।

কংগ্ৰেছ নেতাসকলে বিভিন্ন অনুষ্ঠান আৰু টুইটাৰত প্ৰাক্তন ৰাজনৈতিক নেত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইন্দিৰা গান্ধীলৈ জ্ঞাপন কৰা শ্ৰদ্ধাঞ্জলি বাৰ্তাত টুইটাৰত #IronLady আৰু #IndiasIndira ব্যৱহাৰ কৰা হয়।

সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ইন্দিৰা গান্ধীৰ উচ্চ প্ৰশংসা কৰি শ্ৰীমতী গান্ধীয়ে দেশৰ সৰ্বাংগীন উন্নতিৰ হকে কাম কৰিছিল বুলি মত ব্যক্ত কৰে।

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈকে ধৰি ৰাজ্যৰ কংগ্ৰেছ সাংসদ সকলেও ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীত প্ৰিয় নেতৃ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

আনহাতে, নতুন দিল্লীত থকা ইন্দিৰা গান্ধীৰ স্মৃতি উদ্যানত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিং আৰু ৰাহুল গান্ধীকে আদি কৰি শীৰ্ষ নেতৃ্ত্বই দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

উল্লেখযোগ্য যে, ১৯৮৪ চনৰ ৩১ অক্টোবৰত তেতিয়াৰ দেশৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীক নিজৰ বাসগৃহত ব্যক্তিগত দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল।

Recent News

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

‘মাৰাঠী বিৰোধী’ পোষ্ট! মুম্বাইৰ মাৰোৱাৰী দোকানীক ৰাজহুৱাভাৱে অপদস্থ ৰাজ থাকৰেৰ দলৰ কৰ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd