• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাপন্থী আলফাৰ আলোচনা অন্তিম পৰ্যায়ত আছে : অনুপ চেতিয়া

কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত সুখী আলোচনাপন্থী আলফা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2019 9:19 am
WhatsApp Image 2019-11-02 at 8.40.42 AM

আলফা নেতা অনুপ চেতিয়া। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা সমস্যা অতি সোনকালেই ওৰ পেলাবলৈ মন মেলিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। তেনে সময়তে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাপন্থী আলফা নেতাৰ আলোচনা অন্তিম পৰ্যায় পোৱাহি বুলি জানিবলৈ দিছে আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াই।

“আলোচনা প্ৰায় অন্তিম পৰ্যায়ত আছে। অসমৰ খিলঞ্জীয়া জাতি- জনগোষ্ঠীক সাংবিধানিক সুৰক্ষাকৱচ কেনেকৈ দিব পৰা যায়, এই কথাটোৰ ওপৰতে লাগি আছে এতিয়া,”-নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত এইদৰে কয় চেতিয়াই।

Apply Now

ইপিনে ৬ নং দফা ৰূপায়ণৰ পৰামৰ্শৰ বাবে যি সমিতি গঠন কৰি দিছে তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰতো খিলঞ্জীয়াৰ ভৱিষ্যত নিৰ্ভৰ কৰিব বুলি চেতিয়াই কয়।

তেওঁ লগতে কয়, “কেন্দ্ৰীয় চৰকাৰৰ সৈতে যি আলোচনাৰ ধাৰা চলি আছে সেই ধাৰাত আমি বৰ্তমানলৈকে সুখী। পৰৱৰ্তী আলোচনা খুব সোনকালেই হ’ব।”

তাৎপৰ্যপূৰ্ণভাৱে আলোচনাপন্থী আলফাৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ইতিবাচক ভূমিকা লৈছে বুলি সদৰী কৰে চেতিয়াই।

তেওঁ কয়, “আমি খিলঞ্জীয়াৰ সাংবিধানিক আৰু ভূমিৰ অধিকাৰ নিশ্চত কৰিবৰ বাবেহে বেছিকৈ জোৰ দিছো।”

ইপিনে বৰ্তমানলৈকে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বহু লানি আলোচনা কৰা বুলি চেতিয়াই দাবী কৰে।

আনহাতে, পৰেশ বৰুৱা অবিহনেও এক শান্তি চুক্তি হ’ব বুলি চেতিয়াই মন্তব্য কৰে।

“আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যিখিনি দাবী উত্থাপন কৰিছো, পৰেশ বৰুৱা অবিহনেও ভাৰত চৰকাৰৰ ইচ্ছা-আগ্ৰহ থাকিলে এখন শান্তি চুক্তি হ’ব,”-চেতিয়াই কয়।

অৱশ্যে, পৰেশ বৰুৱা নোহোৱাকৈ ভাৰত চৰকাৰৰ সৈতে আলফাই আলোচনা হয়তো কৰিব পাৰিব। কিন্তু দীৰ্ঘদিনিয়া সংগ্ৰামৰ অন্তত ভাৰত চৰকাৰ আৰু আলফাৰ এই ৰাজনৈতিক প্ৰক্ৰিয়া কিমান সফল হ’ব? অসমলৈ স্থায়ী শান্তি আহিব নে? সেয়া কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন।

উল্লেখযোগ্য যে, ২০০৮ চনত আলফাৰ ২৮ নম্বৰ বেটেলিয়নে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পাছৰে পৰা ভাৰত চৰকাৰৰ সৈতে আলোচনা আৰম্ভ হয়। পৰৱৰ্তী সময়ত এই প্ৰক্ৰিয়াত যোগ দিলে সভাপতি অৰবিন্দ ৰাজখোৱা, ৰাজু বৰুৱা, শশ চৌধুৰী, চিত্ৰবন হাজৰিকা প্ৰমুখ্যে নেতা সকলে।

২০১৫ চনত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ বাংলাদেশৰ পৰা প্ৰত্যাৱৰ্তনৰ পাছত আলোচনা প্ৰক্ৰিয়াৰ সৈতে তেঁৱো জড়িত হৈ পৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd