• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুদূৰ লণ্ডনত ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2019 3:47 pm
Bhupen Hazarika death anniversary

লণ্ডনত ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন

1.9k
VIEWS
Share on FacebookShare on Twitter

সুদূৰ লণ্ডনৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তঃৰ্জাতিক সাংস্কৃতিক কেন্দ্ৰ (সৃষ্টি)ত ৫ নৱেম্বৰত ভাৰতৰত্ন ড°ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী পালনেৰে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত প্ৰবাসী অসমীয়া তথা ‘লুইতৰ পৰা টেমচলৈ’  (Luit  to Thames ) ৰ মুখ্য সম্পাদক চিকিৎসক ডাঃ কৰুণা সাগৰ দাসে ড০ ভূপেন হাজৰিকাৰ গীত আৰু ৰচনাই বিশ্ব মানচিত্ৰত অসমক প্ৰতিষ্ঠা কৰাত সহায় কৰিছে বুলি উল্লেখ কৰে।

এই ক্ষেত্ৰত প্ৰবাসী অসমীয়া সকলৰ প্ৰচেষ্টাৰো দাসে শলাগ লয় ।

উল্লেখযোগ্য যে, ড০ ভূপেন হাজৰিকাই এক মধুৰ আৰু দীৰ্ঘদিনীয়া আত্মিক সম্পৰ্ক ৰক্ষা কৰি  ডাঃ কৰুণা সাগৰ দাসৰ আতিথ্যত বহুবাৰ লণ্ডনলৈ গৈ প্ৰবাসী অসমীয়া সকলৰ সৈতে মিলিত হৈছিল ।

অলপতে অসমৰ পৰা লণ্ডণ ভ্ৰমনলৈ যোৱা অসম আৰক্ষীৰ মহাপৰিদৰ্শক ড০ শ্যামল প্ৰসাদ শইকীয়াই ‘সৃষ্টি’ৰ দ্বাৰা আয়োজিত ভূপেন হাজৰিকাৰ ‘সশ্ৰদ্ধ স্মৰণ’ অনুষ্ঠানত পৰিয়াল সহ অতিথি হিচাপে উপস্থিত থাকি ভূপেন দাৰ অমৰ সৃষ্টিৰাজিক ৰোমন্থন কৰাৰ লগতে তেখেতৰ কালজয়ী গীতো পৰিবেশন কৰে।

অনুষ্ঠানত প্ৰবাসী অসমীয়া চিকিৎসক ডাঃপল্লব কুমাৰ দাস, অৰুন্ধতী দাস, ভাস্বতী গায়ন ,হীৰামনি শৰ্মা, অনিৰুদ্ধ দে  প্ৰমুখ্যে অসমৰ পৰা যোৱা  পাপৰি শইকীয়া ,কামাক্ষী শইকীয়াকে ধৰি ভালেসংখ্যক  লোক উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে ।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd