• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰদূষণৰ বাবে বাৰাণসীৰ মন্দিৰত ভগৱানৰ মূৰ্তিত পিন্ধোৱা হৈছে মাস্ক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 7, 2019 11:02 am
Mask

বৰাণসীৰ মন্দিৰৰ ভগৱানৰ মূৰ্তি, উৎস-ইণ্টাৰনেট

1.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি তথা পৃথিৱীৰ পুৰণি জীৱন্ত চহৰ বাৰাণসীত বায়ু প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

গংগাৰ পাৰত অৱস্থিত হিন্দু ধৰ্মীয় লোকসকলৰ পবিত্ৰ তীৰ্থস্থান বাৰাণসীৰ মন্দিৰত থকা ভগৱানৰ মূৰ্তিটো মাস্ক পিন্ধাই দিয়া দেখা গৈছে।

বাৰাণসীৰ চিগ্ৰাত থকা বিখ্যাত শিৱ-পাৰ্ৱতী মন্দিৰৰ শিৱ, দুৰ্গা, কালী আৰু সাই বাবাৰ মূৰ্তিত প্ৰদূষণৰ পৰা ৰক্ষাৰ বাবে মাস্ক পিন্ধাই দিয়া হৈছে।

‘‘বাৰাণসীত ভগৱানক জীৱন্ত ৰূপত পূজা কৰা হয়। ঠাণ্ডা আৰু গৰমত ভগৱানৰ মূৰ্তিসমূহৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ দৰে প্ৰদূষণৰ সময়তো মাস্ক পিন্ধোৱা হৈছে,’’ এগৰাকী ভক্তই কয়।

আন এগৰাকী মন্দিৰৰ পুৰহিতে কয়, ”কালি মা খঙাল, প্ৰদূষণৰ বাবে যাতে ‘মা’ৰ খং নুঠে সেয়েহে এনেদৰে মাস্ক পিন্ধাই দিয়া হৈছে।”

তেওঁ ভগৱানৰ বেছি খং নুঠাৰ পূৰ্বে প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি সুস্থ প্ৰাকৃতিক পৰিবেশ সৃষ্টি কৰিব লাগে বুলি উল্লেখ কৰে।

উল্লেখ যোগ্য যে, দেশৰ ৰাজধানী নতুন দিল্লীকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰ প্ৰচণ্ড প্ৰদূষণৰ কৱলত পৰিছে।

উচ্চতম ন্যায়ালয়ে দিল্লীৰ প্ৰদূষণৰ বাবে নৰা জ্বলোৱা প্ৰংসগত পঞ্জাৱ চৰকাৰক বুধবাৰে তীব্ৰ ৰ্ভংসনা কৰে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd