• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অযোধ্যা গোচৰৰ আদালতৰ ৰায়: সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 9, 2019 1:20 pm
WhatsApp Image 2019-11-09 at 12.26.07 PM

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

15.4k
VIEWS
Share on FacebookShare on Twitter

আজি উচ্চতম ন্যায়ালয়ে অযোধ্যা গোচৰৰ ৰায়দান কৰি বিবাদিত ভূমি ৰাম মন্দিৰৰ বাবে প্ৰদান কৰাৰ লগতে ছুন্নী ৱাকফ বোৰ্ডক বিকল্প ভূমি প্ৰদানৰ নিৰ্দেশ দিয়ে।

উচ্চতম ন্যায়ালয়ৰ আজিৰ ঐতিহাসিক ৰায়টোক সন্মান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে।

শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়দানক সন্মান জনাইছে।

বৰাই সকলো শ্ৰেণীৰ লোককে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

তেওঁ জানিবলৈ দিয়ে যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে সকলোকে ভাতৃত্ব বোধ বজাই ৰাখিবলৈ আহ্বান জনাইছে।

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী কমিটিৰ বৈঠকৰ পাছতে এই সিদ্ধান্ত লোৱা বুলিও ৰিপুন বৰাই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে উচ্চতম ন্য়ায়ালয়ে আজি বহু প্ৰতীক্ষিত অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ গোচৰৰ ৰায়দান কৰে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই বহু বিবাদিত গোচৰটোৰ ৰায়দান কৰে।

আদালতে চৰ্ত অনুসৰি বিবাদিত ভূমিখিনি হিন্দু সকলক ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দিয়াৰ নিৰ্দেশ দিছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰিব।

গোটেই বিষয়টোৰ বাবে এখন ন্যাস গঠন কৰা হ’ব আৰু এই ন্যাসক আভ্যন্তৰীণ চৌহদটো হস্তান্তৰ কৰা হ’ব।

আনহাতে, ছুন্নী ৱাকফ বোৰ্ডক দিয়া হ’ব ৫ একৰ ভূমিৰ এক উপযুক্ত প্লট।

কেন্দ্ৰই অহা তিনিমাহৰ ভিতৰত বোৰ্ড অফ ট্ৰাষ্টীৰে এখন ট্ৰাষ্ট বা ন্যাস গঠন কৰিব লাগিব।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd