• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অযোধ্যা বিবাদত উচ্চতম ন্যায়ালয়ৰ ৰায় কিয় ঐতিহাসিক? চাওক কেইটামান দিশ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 9, 2019 3:23 pm
Supreame-Court-of-India-750x375-1
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ ভূমি বিবাদৰ গোচৰত উচ্চতম ন্যায়ালয়ে আজি দিলে এক ঐতিহাসিক ৰায়।

বিবাদিত উক্ত ভূমিৰ মালিকীস্বত্ত্ব লাভ কৰিলে ৰাম জনমভূমি ন্যাসে। অৱশ্যে, সেই ভূমিৰ তত্বাৱধান কৰিব এখন ট্ৰাষ্টে।

Apply Now

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া বিচাৰকৰ এই সাংবিধানিক বিচাৰপীঠে ৰায়দানৰ সময়ত পৰ্যবেক্ষণ কৰা কেইটামান গুৰত্বপূৰ্ণ দিশ চোৱা যাওক।

(ক) উচ্চতম ন্যায়ালয়ৰ এই ৰায় এক সৰ্বসন্মত ৰায় যিটো আদালতখনৰ সাংবিধানিক বিচাৰপীঠৰ পাঁচগৰাকী বিচাৰকৰ সৰ্বসন্মতিক্ৰমে ঘোষণা কৰা হৈছে। কোনো এগৰাকী বিচাৰকে ৰায়টো সন্দৰ্ভত দ্বিমত পোষণ কৰা নাই।

(খ) কোনো আস্থা বা ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি ৰায়টো দিয়া হোৱা নাই। একমাত্ৰ ভূমি আইনৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

(গ) ৰায়দানৰ পূৰ্বে অযোধ্যাৰ বিবাদিত ভূমিৰ দাবীদাৰ আছিল প্ৰধানকৈ চাৰিজন। ছিয়া ৱাকফ বোৰ্ড, ছুন্নী ৱাকফ বোৰ্ড, ৰাম জনমভূমি ন্যাস আৰু নিৰ্মোহী আখড়া। কিন্তু ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ে ছিয়া ৱাকফ বোৰ্ড আৰু নিৰ্মোহী আখড়াৰ দাবী নাকচ কৰে।

(ঘ) উচ্চতম ন্যায়ালয়ে ১৯৯২ চনত বাবৰি মছজিদ ভঙা ঘটনাৰ নিন্দা কৰিছে। তদুপৰি, ১৯৪৯চনত অন্তৰ্ভাগত স্থাপন কৰা ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰো নিন্দা কৰা হৈছে।

(ঙ) ৰামলালাক ৰায়টোত এজন দাবীদাৰ হিচাপে ধৰা হৈছে। ৰামলালাৰ তত্ত্বাৱধায়ক হিচাপে গণ্য কৰা হৈছে ৰাম জনমভূমি ন্যাসক। ৰামলালাকেই বিবাদিত ২.৭একৰ আৰু চৰকাৰৰ অধিকাৰত থকা ৬৭ একৰ ভূমি দিয়া হৈছে।

(চ) উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক এটা ট্ৰাষ্টী বোৰ্ড গঠনৰ নিৰ্দেশ দিছে। অহা তিনিমাহৰ ভিতৰত এই ট্ৰাষ্টী বোৰ্ড গঠন কৰা হ’ব। এই ট্ৰাষ্টৰ অধীনতে নিৰ্মাম হ’ব ৰাম মন্দিৰ।

(ছ) ছুন্নী ৱাকফ বোৰ্ডক বিকল্প হিচাপে দিয়া হৈছে ৫ একৰ ভূমি। অযোধ্যাৰ কোনো অঞ্চলত এই পাঁচ একৰ ভূমি দিব লাগিব। মুছলমান পক্ষক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ক’ত ভূমি প্ৰদান কৰিব সেয়া ঠিক কৰিব।

আনহাতে, ১৩৪ বছৰ পুৰণি এই বিবাদৰ ৰায় প্ৰদান কৰাৰ পাছত স্বাভাৱিকতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আজিৰ দিনটোত আটাইতকৈ চৰ্চিত ব্যক্তি হিচাপে পৰিগণিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd