• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিগবৈত কয়লা পৰিবাহী ট্ৰাকত ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল জাতীয় সংগঠনৰ নেতা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 10, 2019 12:02 pm
ধৃত বিপ্লৱ গগৈ আৰু বিশাল দে'

ধৃত বিপ্লৱ গগৈ আৰু বিশাল দে'

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কয়লা চিণ্ডিকটকলৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে জাতীয় সংগঠনৰ নেতাই কয়লা গাড়ীৰ পৰা ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ব লগা হোৱা খবৰে তিনিচুকীয়া জিলাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

জিলাখনৰ ডিগবৈৰ বৰবিল এলেকাত কয়লা পৰিবাহী ট্ৰাক ৰখাই ধন দাবী কৰাৰ অভিযোগত স্থানীয় আৰক্ষীয়ে কালি নিশা ‘জাতীয়’ সংগঠনৰ দুজনকৈ নেতাক আটক কৰি আজি জে’ললৈ প্ৰেৰণ কৰে।

Apply Now

ধৃত যুৱক দুজনক ‘আহোম সেনা’ৰ বিপ্লৱ গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য বিশাল দে’ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ এক সূত্ৰ মতে উক্ত যুৱক দুজনে একাংশ সতীৰ্থসহ যোৱা শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত ডিগবৈৰ বৰবিলত চোৰাং কয়লা সৰবৰাহ কৰাৰ সন্দেহত ৫খন ট্ৰেলাৰ আগভেতি ধৰিছিল।

যুৱকৰ দলটোৱে ট্ৰেলাৰ কেইখনৰ পৰা বৃহৎ অংকৰ ধন দাবী কৰাৰ লগতে লুটপাত চলাই ড্ৰাইভাৰ হেণ্ডিমেনক প্ৰহাৰ কৰাৰ অভিযোগ তুলি কয়লা ব্যৱসায়ী পক্ষই ডিগবৈ আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শনিবাৰে বিপ্লৱ গগৈ আৰু বিশাল দে’ক আটক কৰে।

জানিব পৰা মতে, তেওঁ‌লোকে ধন দাবী কৰা কয়লা ভৰ্টি ট্ৰেলাৰকেইখন যোৱা ১৬ অক্টোবৰত যুৱ কংগ্ৰেছৰ এটা দলে ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত বগাপানীস্থিত নিৰুপমা পেট্ৰল ডিপুৰ পৰা জব্দ কৰি আৰক্ষীক গতাই দিছিল।

গাড়ীকেইখনৰ নম্বৰ হৈছে পি বি-০৫-এ এল-৫৯৬৭, পি বি-০৫-এ এল-৬৪৫৮, পি বি-০৫-এ কে-৩৩১৩, পি বি-০৫-এ এল-৬৫৫৮ আৰু পি বি-০৫-এ এল-৮৮২৫।  আৰক্ষীয়ে গাড়ীকেইখন জব্দ  ডিগবৈ থানাত ৰাখিছিল যদিও বিষয়টো আদালতৰ বিচাৰধীন হৈ আছিল আৰু আদালতৰ নিৰ্দেশমৰ্মে শুকুৰবাৰে আৰক্ষীয়ে নিশা গাড়ীকেইখন এৰি দিয়ে।

কিন্তু উক্ত যুৱকৰ দলটোৱে গাড়ীকেইখন ৰখাই ধন দাবী কৰে। নিশাই চন্দন কলিতা নামৰ লোকজনে দাখিল কৰা এজাহাৰৰ ভিত্তিত  ডিগবৈ আৰক্ষীয়ে ৩০৪/১৯  নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯ ধাৰাত বিপ্লৱ গগৈ আৰু বিশাল দে’ক আটক কৰি আজি মাৰ্ঘেৰিটা ন্যায়িক আদালতত দুয়োকে হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে। উল্লেখ যে ধৃত বিপ্লৱ গগৈৰ পৃতি এজন আৰক্ষী বিষয়া।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd