• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কটন বিশ্ববিদ্যালয়ৰ সহযোগত গুৱাহাটীত বৃটিছ উপ উচ্চায়ুক্তৰ ‘নাৰী সবলীকৰণ’ বিষয়ক ‘The GREAT Debate’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2018 6:33 pm
debate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃটিছ উপ উচ্চায়ুক্তই কটন বিশ্ববিদ্যালয়ৰ সহযোগত কটন বিশ্ববিদ্যালয়ৰ চুদমাৰ্চন প্ৰেক্ষাগৃ্হত আজি অনুষ্ঠিত কৰে ‘The GREAT Debate’ শীৰ্ষক তৰ্ক প্ৰতিযোগিতালানিৰ গুৱাহাটী সংস্কৰণ।

অনুষ্ঠানটোত ভাগ লৈ বৃটিছ উপ উচ্চায়ুক্ত ব্ৰ্যুচ বাকনেলে কয়, ‘তৰ্ক আৰু যুক্তিৰ পৰাই সমালোচনাত্মক চিন্তাৰ বিকাশ হয় যাৰ অবিহনে গণতন্ত্ৰ বিকশিত হ’ব নোৱাৰে।’

Apply Now

ভাৰতত ‘তৰ্ক প্ৰায়েই উচ্চ স্বৰীয়, বেমেজালিপূৰ্ণ আৰু তাৎপৰ্য্যহীন’ হ’লেও ‘ভাৰতত তৰ্ক সজীৱ আৰু সফল’ বুলি তেওঁ মন্তব্য কৰে।

তৰ্কলানিৰ এইবাৰৰ গুৱাহাটী সংস্কৰণৰ মূল বিষয় আছিল ‘নাৰী সবলীকৰণ’।

তৰ্ক অনুষ্ঠানটোৰ প্ৰাৰম্ভিক স্তৰৰ বিষয়সমূহ আছিল ‘সৌন্দৰ্য্য প্ৰতিযোগিতাসমূহ নাৰীক সামগ্ৰীত পৰিণত কৰাৰ এক আহিলা’, ‘সকলো খণ্ডতে নাৰীৰ বাবে সম মজুৰী আদায়’ আৰু ‘নাৰীয়ে সুবিধা আদায়ৰ বাবে যৌন নিৰ্যাতনৰ দাবী তোলে’।

আনহাতে ‘ইণ্টাৰনে’ট লিংগ সমতাৰ আহিলা’ আছিল তৰ্ক অনুষ্ঠানটোৰ চূড়ান্ত স্তৰৰ বিষয়।

বৃটিছ উপ উচ্চায়ুক্তৰ ক’লকাতা কাৰ্য্যালয়ৰ জন সম্পৰ্কৰক্ষী বিষয়া লিনে’ট ডি চুজাই এন ই নাওলৈ প্ৰেৰণ কৰা বিবৃতিত কোৱা হৈছে ‘এই The GREAT Debate য়ু কে’ আৰু ভাৰতৰ সজীৱ আলোচনা আৰু তৰ্কৰ উমৈহতীয়া সংস্কৃতি উদযাপনৰ এক অনন্য সুযোগ’।

বিবৃতিটোত লগতে কোৱা হৈছে যে জটিল বিষয়সমূহৰ সৈতে যুক্তি আৰু মৌলিক ধাৰণাৰ বুদ্ধিদ্বীপ্ত প্ৰয়োগেৰে মোকাবিলা কৰা অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীৰ অনুষ্ঠানটোত উৎসাহজনক সমাগম ঘটে।

কটন বিশ্ববিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়, আই আই টি, অসম পশু চিকিৎসা মহাবিদ্যালয়, আৰ্য্য বিদ্যাপীঠ কলেজ, অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আদি গুৱাহাটীৰ আগশাৰীৰ শিক্ষা অনুষ্ঠানৰ উপৰি তেজপুৰ বিশ্ববিদ্যালয়েও এই অনুষ্ঠানটোত ভাগ লয়।

বৃটিছ উপ উচ্চায়ুক্তই গুৱাহাটীৰ লগতে নতুন দিল্লী, ক’লকাতা, ডেৰাডুন, আহমেদাবাদ, জয়পুৰ, হায়দৰাবাদ, ভ’পাল আৰু ৱিশাখাপট্টনমত এই তৰ্কলানি অনুষ্ঠিত কৰিছে।

তৰ্ক অনুষ্ঠানটোৰ বিচাৰক আছিল ব্ৰ্যুচ বাকনেল, নৰ্থ ইষ্ট নে’টৱৰ্কৰ সঞ্চালিকা অনুৰিতা হাজৰিকা আৰু অধিবক্তা তথা বাতৰি আঁত ধৰোঁতা দীপক শৰ্মা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd