• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায় : হোটেলৰ পাৰ্কিঙৰ পৰা গাড়ী চুৰি হ’লে হোটেল কৰ্তৃপক্ষই ভৰিব লাগিব মূল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2019 4:07 pm
Car Parking

গাড়ী পাৰ্কিং, প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

4.5k
VIEWS
Share on FacebookShare on Twitter

হোটেলত থাকিবলৈ যোৱাৰ সময়ত যদিহে আপোনাৰ গাড়ীখন হোটেলৰ কৰ্মচাৰীয়ে থবলৈ দিয়া পাৰ্কিঙৰ পৰা চুৰি হয় তেনেহ’লে হোটেল কৰ্তৃপক্ষ ইয়াৰ বাবে দায়ী বিবেচিত হ’ব।

উচ্চতম ন্যায়ালয়ে অলপতে এটা গোচৰৰ ৰায়দান হিচাপে এনেদৰে নিৰ্দেশ দিয়ে।

ন্যায়ালয়ে কি ক’লে
যিকোনো হোটেল এখনত অতিথি থাকিবলৈ গ’লে অতিথি গৰাকীৰ গাড়ীখন তেওঁৰ অনুমতি সাপেক্ষে সঠিক স্থানত থোৱাতো হোটেল কৰ্মচাৰীৰ দায়িত্ব।

এইক্ষেত্ৰত হোটেলত প্ৰয়োজনীয় পাৰ্কিঙৰ ব্যৱস্থা উপলব্ধ থাকিব লাগিব আৰু হোটেলৰ কৰ্মচাৰীয়ে অতিথি গৰাকীৰ গাড়ীখন নিৰ্দিষ্ট স্থানত পাৰ্কিং কৰাৰ পাছত যদিহে গাড়ীখন চুৰি হয় তেনেহ’লে হোলেটৰ মালিক পক্ষই ইয়াৰ পৰা দায় সাৰিব নোৱাৰিব।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম এম শন্তনাগোদৰ আৰু ন্যায়াদীশ অজয় ৰস্তোগীৰ বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে।

কি কাৰণত আহিল এনে ৰায়দানৰ প্ৰসংগ

এবাৰ এগৰাকী ব্যক্তিয়ে এখন পঞ্চতাৰকা হোটেলত থাকিবলৈ যোৱাৰ সময়ত তেওঁৰ গাড়ীখন দাড়োৱানে পাৰ্কিং কৰিবলৈ লৈ যায়। ব্যক্তিগৰাকীয়ে হোটেলৰ পৰা ওলাই অহাৰ সময়ত নিজৰ গাড়ীখন বিচৰাৰ সময়ত হোটেল কৰ্তৃপক্ষই তেওঁৰ গাড়ীখন তিনিজন ব্যক্তিয়ে লৈ যোৱা বুলি জনায়, যিসকল ব্যক্তি হোটেলখনলৈ এখন বেলেগ গাড়ীত আহিছিল।

আনহাতে, পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীয়ে বীমা কোম্পানীৰ সৈতে এই সম্পৰ্কে কথা পাতি বীমা সম্বন্ধীয় সকলো যাৱতীয় কাম-কাজ কৰে যদিও হোটেল কৰ্তৃপক্ষই হেৰোৱা গাড়ীখনৰ মূল্য ভৰিবলৈ অস্বীকাৰ কৰি হোটেলৰ ‘পাৰ্কিং কুপনৰ নিয়মৰ কথা উল্লেখ কৰে।

পাৰ্কিং কুপনত এনেদৰে লিখা আছিল ‘‘গাড়ী পাৰ্কিং আপোনাৰ নিজৰ দায়িত্বৰ অধীনত’’

উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ৰায় হিচাপে হোটেলৰ পৰা গাড়ী চুৰি হ’লে ইয়াৰ বাবে হোটেল কৰ্তৃপক্ষ জগৰীয়া হ’ব বুলি ৰায় দান কৰে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd